uk
Feedback

Не попадись на ботовода! Telemetrio знаходить і позначає такі канали мітками 👉 Хочеш бачити мітку, оформляй підписку

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Відкрити в Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Показати більше
6 265
Підписники
-324 години
-297 днів
-11130 днів
Архів дописів
LETS SEE .. setup tu kiman bone .. Now 210 RUNNING
LETS SEE .. setup tu kiman bone .. Now 210 RUNNING

SENSEX 74900 PUT WATCH MOVE EXPECTED

📈 আজি যদি ১ হাজাৰ প্ৰফিট পালোঁ, সেই ১ হাজাৰটো কেপিটেলত যোগ কৰি আকৌ লগাই দিলোঁ… ৫ হাজাৰ হ’ল, ১০ হাজাৰ হ’ল, ২০ হ’ল, ৪০ হ’ল… শুনিবলৈ বৰ সহজ লাগে। কিন্তু বাস্তৱত ট্ৰেডিং এনেকুৱা “এদিনতে ধনী” হোৱাৰ গেম নহয়। বৰ্তমান ছ’চিয়েল মিডিয়াত গাড়ী, বাংলো, প্ৰাইভেট জেট, লাখ লাখ প্ৰফিটৰ স্ক্ৰীণশ্বট দেখি বহু নতুন ট্ৰেডাৰৰ মনত এটা ভুল ধাৰণা সোমাই গৈছে — যেন ট্ৰেডিং মানেই তৎক্ষণাত ধনী হোৱা। কিন্তু বাস্তৱত ট্ৰেডিং এটা Long-Term Process, এটা Journey। যদি আপুনি এই মাৰ্কেটত বহুদিন টিকি থাকিব বিচাৰে, তেনেহ’লে প্ৰথমে “প্ৰচেছ” শিকিব লাগিব। ২-৩ হাজাৰ Strategy বা Setup শিকিলেই সফল হ’ব নোৱাৰি। 📌 Setup বা Strategy মানে কি? যিটো টেকনিক বা নিয়ম অনুসৰি এজন Trader এ Trade লয়, সেইটোৱেই Setup বা Strategy। এটা সহজ Example দিওঁ 👇 ধৰক Diabetes ৰোগী এজন বিভিন্ন Doctor ৰ ওচৰলৈ যায়। প্ৰতিজন Doctor ৰ মূল উদ্দেশ্য একেই — ৰোগীজন সুস্থ কৰি Diabetes Control ত ৰখা। কিন্তু সকলো Doctor ৰ পৰামৰ্শ একে নহয় — কিছুমানে ক’ব “ভাত কম খাওক” কিছুমানে ক’ব “Strict Diet Follow কৰক” কিছুমানে ক’ব “Tablet খাওক, খোজ কাঢ়ক” আকৌ কিছুমানে ক’ব “Intermittent Fasting কৰক” মানে Method বেলেগ বেলেগ, কিন্তু Goal একেই। ঠিক তেনেকৈ Trading তো — প্ৰতিজন Trader ৰ Market চোৱাৰ দৃষ্টিভংগী, Setup, Psychology সকলো বেলেগ। কিন্তু সকলোৰে Goal একেই — Consistent Profit আৰু Survival। ⚠️ এতিয়া যদি আপুনি সকলোৰে পৰা অলপ অলপকৈ লৈ সকলো একেলগে Apply কৰিবলৈ আৰম্ভ কৰে… তেতিয়া কি হ’ব? খিচিৰি হ’ব 😄 হাঁহ, কুকুৰা, গাহৰি, মাছ, কণী, ভেজিটেবল, ইডলি-চাম্বাৰ — সব ভাল পোৱা মানুহ আছে । বা আপুনিও ভাল পাব পাৰে । কিন্তু সকলো একেলগে মিক্স কৰি দিলে যেনেকুৱা খাব নোৱাৰা অৱস্থা হয়, Trading তো ঠিক তেনেকুৱাই। সেইকাৰণে — ✅ এটা Strategy বাছক ✅ সেইটো Deeply শিকক ✅ Notes Follow কৰক ✅ Process Follow কৰক ✅ Discipline ৰাখক ৪ বছৰৰ Experience ত মই এটা কথা শিকিলোঁ — Trading মানে Shortcut নহয়। ই এটা Journey। ই এটা Process। বহুত বেছি শিকাৰ প্ৰয়োজন নাই। আপুনি যিটো Strategy Follow কৰি গৈছে, সেই Process টো Consistently Follow কৰি থাকিলে… Automaticly আপুনি সেইটোত Improve কৰা আৰম্ভ কৰি দিব। 📊🔥

SENSEX LEVELS
SENSEX LEVELS

NIFTY LEVELS
NIFTY LEVELS

Hello Traders 👋 সকলোকে আমাৰ E - Learn ৰ Group লৈ স্বাগতম 🙏 📊 এই Groupটোত আপোনালোকে Option Trading ৰ বিষয়ে Level বিলাক ফ্ৰীতে আপডেট পাই থাকিব 🔥 High Accuracy কিছু Setup আপোনালোকে ফ্ৰী অফ কষ্ট Daily পাই যাব 💡 যিবিলাক আমি আপোনালোকৰ লগত Share কৰোঁ, সেইবোৰৰ পৰা আপুনি বহুত কিছু শিকিব পাৰিব ⏳ যদি আপোনাৰ ওচৰত Time আছে আৰু আপুনি Time দিব পাৰে — তেন্তে এই Groupৰ পৰা আপুনি Freeতে বহুত Knowledge ল’ব পাৰিব 📚 একদম New হলেও Problem নাই — মাত্ৰ ২ দিন মান Time দিলে আপুনি নিজেই বুজি যাব আৰম্ভ কৰিব পাৰিব ━━━━━━━━━━━━━━━ 📊 আমি যিবিলাক Daily Level Share কৰোঁ, সেইবোৰৰ পৰা আপুনি শিকি যাব পাৰে 📺 আমাৰ Live Session আৰু YouTube Video চাইও আপুনি Freeতে বহুত কিছু শিকিব পাৰিব 👉 আমাৰ ফালৰ পৰা Best দিবলৈ চেষ্টা কৰিছোঁ

AVOID ZERO HERO TRADE

AJI SENSEX R EXPIRY ASE. OLP PASOR PORA PREMIUM KOMA START HOBO.. NEW TRADERS , HODAI IN THE MONEY OPTION T TRADE KORIBO OKK

GOOD MORNING TRADERS HAVE A GREAT DAY 🍀🍀🙏

Example: 11 APRIL NIFTY
Example: 11 APRIL NIFTY

এই ইমেজখনত থকা 'Gravestone Doji'ৰ বিষয়ে তলত অসমীয়াত সহজকৈ বুজাই দিয়া হ’ল: ## **গ্ৰেভষ্টোন ড'জী (Gravestone Doji)* গ্ৰেভষ্টোন ড'জী হ’ল শ্বেয়াৰ বজাৰৰ কাৰিকৰী বিশ্লেষণত ব্যৱহাৰ হোৱা এক গুৰুত্বপূৰ্ণ * *Bearish Reversal Pattern**। ইয়াৰ অৰ্থ হ’ল যে বজাৰত চলি থকা উৰ্ধমুখী গতি (Uptrend) শেষ হৈ এতিয়া নিম্নমুখী গতি (Downtrend) আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ### মূল বৈশিষ্ট্যসমূহ: * আকৃতি: ই দেখিবলৈ ওলোটা 'T' আখৰটোৰ দৰে। * শৰীৰ (Body): ইয়াৰ 'Body' একেবাৰেই নাথাকে বা অতি নগণ্য হয়। ইয়াৰ অৰ্থ হ’ল যে শ্বেয়াৰটো যিটো দামত মুকলি (Open) হৈছিল, প্ৰায় সেই একেটা দামতে বন্ধ (Close) হয়। * ছাঁ (Shadow): ইয়াৰ ওপৰৰ ফালে এডাল দীঘল ছাঁ (Upper Shadow) থাকে, কিন্তু তলৰ ফালে কোনো ছাঁ নাথাকে। ### **ই কি বুজাই?* ১. ক্ৰয়কাৰীৰ প্ৰচেষ্টা: বজাৰ মুকলি হোৱাৰ পিছত ক্ৰয়কাৰীসকলে (Buyers) দামটো বহুত ওপৰলৈ লৈ গৈছিল ২. বিক্ৰয়কাৰীৰ প্ৰভাৱ: কিন্তু ওপৰৰ স্তৰত বিক্ৰয়কাৰীসকল (Sellers) অধিক সক্ৰিয় হৈ পৰে আৰু দামটো পুনৰ তললৈ নমাই আনি য'ত মুকলি হৈছিল তাতেই বন্ধ কৰি দিয়ে। ৩. ফলাফল: ইয়াৰ পৰা বুজা যায় যে বজাৰত ক্ৰয়কাৰীৰ শক্তি কমিছে আৰু বিক্ৰয়কাৰীৰ আধিপত্য বাঢ়িছ ### ট্ৰেডিং কৰোঁতে মন কৰিবলগীয়া কথা: * এই আৰ্হিটো সদায় এক Uptrend বা উৰ্ধমুখী গতিৰ শেষত দেখা পোৱা উচিত। * গ্ৰেভষ্টোন ড'জী গঠন হোৱাৰ পিছৰ কেণ্ডেলডাল যদি ইয়াৰ তলত বন্ধ হয়, তেন্তে ই 'Bearish trend' নিশ্চিত কৰে। * ট্ৰেডাৰসকলে সাধাৰণতে এই ড'জীটোৰ ওপৰৰ অংশত 'Stop Loss' ৰাখি বিক্ৰী (Sell) কৰাৰ সুযোগ বিচাৰে > **কেৱল এটা কেণ্ডেলৰ ওপৰত নিৰ্ভৰ নকৰি আন সূচক (Indicators) যেনে Volume বা RSI-ৰ সহায় লৈ সিদ্ধান্ত লোৱাটো উচিত। >

600+ 🧿✅🙏
600+ 🧿✅🙏

1900++ 🧿✅✅🙏
1900++ 🧿✅✅🙏

1k++ ✅✅🙏
1k++ ✅✅🙏

TP FAR DIA REE 😄😄✅🧿🙏 Jar jar hold asile kune kimn ki pale jonabo .. moi eitu saie hukhi hom 🏆🏆
TP FAR DIA REE 😄😄✅🧿🙏 Jar jar hold asile kune kimn ki pale jonabo .. moi eitu saie hukhi hom 🏆🏆

Голосове повідомлення00:26

Saok.. ki korim nu moi eyate 🙏✅
Saok.. ki korim nu moi eyate 🙏✅

217 to 240 NOW 😢😢

Голосове повідомлення04:45