E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 731
Підписники
-1024 години
-407 днів
-15930 день
Архів дописів
🔵 ক্ৰিপ্টো ট্রেডিঙৰ কাৰণে বেষ্ট প্লেটফৰ্ম হৈ গ'ল CoinDCX
লিংক মই দি দিছোঁ। যদি আপোনালোকে এতিয়াও CoinDCXত লিংক open কৰা নাই বা account open কৰা নাই, কৰি ল’ব।
বহুতক দেখা পাইছোঁ তেওঁলোকে KYC pending ৰাখিছে — bank account add কৰাৰ পিছত এৰি দিছে।
আপোনালোকে kindly পাঁচ মিনিট লাগিব, KYCটো approve কৰি ল’ব।
🟢 Bank account add কৰাৰ পিছত minimum hundred to two hundred rupees এটা deposit কৰি চাব আৰু এটা trade আপোনালোকে place কৰি চাব। ইয়াতে trade কৰিবৰ বাবে একেবাৰে সহজ হয়। মই video link দি দিছোঁ — যাৰ যাৰ confusion আছে এই video কেইটা এবাৰ চাই ল’ব, details বুজি পাই থাকিব। লগতে আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে crypto investmentটো কৰাৰ সুবিধা পাই যাব।
🟣 Any কিবা doubt থাকে তেনেহ’লে মোক message কৰিব — ID হৈ গ’ল @pritom93
ইয়াৰ সুবিধা মোৰ হৈ গ’ল INRত আপোনালোকে cryptoত trade কৰাৰ সুবিধা পাই যাব। লগতে বহুতে কৈ আছিলে Gold & Silver trade কৰাৰ কথা — so Gold & Silverটো আপুনি crypto কৰিব পাৰিব মানে XAUUSD আপোনালোকে trade কৰিব পাৰে।
🟡 যদি আগত আপুনি কেতিয়াবা account খুলিছিলে আৰু Aadhar process ৰৈ গ’ল তেনেহ’লে new mobile number & mail id দি পেলাই account open কৰি ল’ব পাৰিব।
এজন ব্যক্তিয়ে KYC complete কৰাৰ
পিছত তেওঁৰ নামত এটা accountহে দেখুৱায় গতিকে carefully কৰিব। আৰু যদি আপোনাৰ already account খুলি থোৱা আছে তেনেহ’লে ঘৰৰ কাৰোবাৰ নামতো খুলি আপুনি ইয়াতো trade কৰিব পাৰে।
🔶 ইয়াৰ পৰা যদি আপুনি account open কৰে তেনেহ’লে twenty percent trading feeত discount পাব।
মই আগতেও use কৰিছোঁ আৰু আপোনালোককো কৈছিলোঁ — ভালেই পাইছিলোঁ use কৰিবৰ কাৰণে।
🔷 Broker compare কৰিলে
Delta Exchangeত brokerage fee যায় BTCত approx 118 point — মানে price 118 point move নকৰালৈকে profit দেখা নাপাওঁ, সকলো brokerageতেই গুচি যায়।
কিন্তু CoinDCXত একেই trade কৰিলে মাত্ৰ 85 point মানলৈকে brokerage যায় — বাকীখিনি লগে লগে profitত আহে।
🟤 Limit order লগালে প্রায় 50 point মানলৈকেহে brokerage যায় — বাকীকেইখিনি direct profit।
গতিকে brokerageৰ ফালৰ পৰাও যথেষ্ট সুবিধা ইয়াতে পাব পাৰি।
🟥 লিংক দি দিছোঁ — যোনে যোনে account open কৰানে kindly accountটো open কৰি এটা trade কৰি চাব।
Video link - https://youtu.be/cbjDsYkOfQw
COINDCX LINK - https://invite.coindcx.com/31935109
🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀
❤️✅✅ ekdm kom tokar pora paribo
A VERY VERY RISKY ANALYSIS
25600 PUT ABOUT 130 MOVE AHIBO PARE
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
