E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 725
Підписники
-1024 години
-487 днів
-16930 день
Архів дописів
Both trade c to c SL HIT ✅🧿
Im not in home okk . Bahirot asu ..
Hello everyone,
আপোনালোকে যদি Day টো ভালকৈ কটোৱাব বিচাৰে, তেনেহলে আপোনালোকে দিনটোৰ Start ভালকৈ কৰিব লাগিব।
Trading**-ত যদি সৰু-সুৰা **Mistake কিছুমান কৰে, তেন্তে সেইবোৰে আপোনাৰ গোটেই Day আনকি গোটেই Week টো বেয়া কৰি দিব পাৰে।
Trading**-ত এটা সৰু **Mistake**-ৰ কাৰণে আপুনি পাছত **Sorry ক’লে নহ’ব, তাৰ বাবে আপুনি Penalty হিচাপে নিজৰ Capital দিব লাগিব।
গতিকে কিছুমান বস্তু চাইহে Trade কৰিব:
1. First: যেতিয়ালৈকে নিজৰ Setup নিবিচাৰি পায়, তেতিয়ালৈকে Trade নল’ব।
2. Second: সদায় Proper Stop Loss ফলো কৰিব।
3. Third: নিজৰ Target পোৱাৰ পিছত বেছি Greed নকৰিব।
আৰু সদায় নিজৰ Capital হিচাপতহে Trade ল’ব।
জোখতকৈ বেছি ডাঙৰ Trade নল’ব। শান্ত হৈ কাম কৰিব, বাকী মই Update কৰি থাকিম।
Keep Trading! 📈
Good morning traders
Nifty gap up opening
But still range bound
আহক 🧿 LIVE ত বহিম
Link - https://meet.google.com/hvs-crzv-eue
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
