E-Learn ( STOCK MARKET KNOWLEDGE )
Відкрити в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Показати більше6 751
Підписники
-424 години
-247 днів
-14530 день
Архів дописів
✅ MARCH 9 TO 15
9 MARCH 👉 NO TRADE
10 MARCH 👉 NO TRADE
11 MARCH 👉 SENSEX 89 POINT TP HIT
👉 NIFTY 46 POINT TP HIT
12 MARCH 👉 NIFTY ZERO HERO 35 TO 42 BOOK PROFIT
👉 NIFTY 27 POINT BOOK TP HIT
13 MARCH 👉 NIFTY 18 POINT BOOK TP HIT
✅ NO SINGLE SL ...ONLY TP HIT
SEE YOU TOMORROW ✅✅🙏🍀
HOKOLUKE REPLY KORA HOL, KUNUBA THAKI GOISE JODI KINDLY EBAR MESSAGE KORIBO AGAIN
📢 এটা সৰু Announcement
কিছু ব্যস্ততাৰ বাবে আগতে বহুজনক মেছেজৰ reply দিব পৰা নাছিলোঁ।
Sorry for that. আজি ফ্ৰী হৈছোঁ, সকলোকে reply দিয়া হ'ব। 🙏
বহুতে সুধি থাকে —
আমাৰ ওচৰত Trading শিকিব পাৰিম নেকি?
যদি আপুনি শিকিব বিচাৰে —
📊 Chart সহজে Read কৰা System
🕯 Candle দেখে Entry, Stoploss, Target কেনেকৈ ঠিক কৰিব
📉 Simple Market Analysis (No complicated analysis)
📚 Candlestick Pattern, Chart Pattern, SMG Concept
⚖ Risk Management & Trade Management
🎯 Risk Reward Ratio কেনেকৈ Follow কৰিব
তাৰ লগে লগে আমি শিকাম —
✅ 2টা High Accuracy Strategy (80-90% accuracy)
✅ Class শেষৰ পিছত 5 দিন Live Market Practice
🎓 Basic to Advance Class
💰 Marketত এইবোৰ শিকাৰ দাম সাধাৰণতে
₹90,000 – ₹1,50,000 পৰ্যন্ত হয়।
কিন্তু আমি শিকাম মাত্ৰ —
🔥 ₹3,000 ত
📍 Class হবে Google Meet ত
🕘 Time : Night 9 PM (সকলোৰে সুবিধা বাবে)
যিসকলে —
• বহুত Loss পাইছে আৰু শিকিব বিচাৰে
• Start কৰাৰ আগতেই শিকি লব বিচাৰে
• আগতে শিকিছে কিন্তু Confusion আছে
👉 তেওঁলোকে Admission লব পাৰে।
আমাৰ Daily Analysis & Result আপুনি আগৰে পৰা দেখি আছে।
⚡ Class খুব সোনকালে Start হব।
📩 Admissionৰ বাবে Message কৰক —
@pritom93 ID ত ✅
(নিজৰ Name + Mobile Number পঠিয়াব)
আৰু যিসকলে আগতে message কৰি reply পোৱা নাছিলে,
আজিৰ পৰা সকলোকে reply দিয়া হব। 🙏
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
🔵✦━━━ নমস্কাৰ সকলোলৈকে 🙏 ━━━✦🔵
🟢➤ আমি এটা গ্ৰুপ টোত Option Trading ৰ লেভেলবিলাক share কৰোঁ আৰু লগতে শিকাবলৈও চেষ্টা কৰোঁ। কোনটো লেভেল Buying ৰ বাবে, কোনটো Selling ৰ বাবে বা ক’ত আমি trade লৈছোঁ – গোটেইখিনি বস্তু অকল educational purpose ৰ বাবেহে share কৰা হয়।
🔴✧༺ এইবোৰ কোনো ধৰণৰ tips বা buy/sell advice নহয় ༻✧🔴
যদি আপোনালোকে এই লেভেল চাই practice কৰে বা নিজৰ মতে investment কৰে, তেন্তে সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ’ব। আমি অকল শিকিবৰ বাবে এই লেভেলবিলাক দিওঁ।
🔵➥ আজি ও কোনটো ট্ৰেড লৈছোঁ তাৰ লেভেল শ্বেয়াৰ কৰা হব । তাক চাই practice কৰিব পাৰে 📊
🟢✦༻ New Members ৰ বাবে ༺✦🟢
যিসকল নতুন, তেওঁলোকে একেদিনাই সকলো বুজি নাপাব। দুই-তিনিদিনমান observe আৰু practice কৰিলে ধিৰে ধিৰে সকলো clear হৈ যাব।
🔴➤ Demat Account Information 💼
আমি Demat Account ৰ link আগতে দিছোঁ। এই দুটা Demat Account ত যদি account খুলি trading কৰে, তেন্তে কিছুমান selected person ক মাহত তিনি-চাৰি বাৰ আমাৰ Live session ত লগত বহাৰ সুযোগ দিয়া হ’ব। যদি daily basis ত practice কৰা দেখা যায় আৰু verified হয়, তেন্তে নিশ্চয় invite কৰা হ’ব।
🔵✧༺ Important Process ༻✧🔵
Bajaj broking বা Dhan ত account খোলাটো বাধ্যতামূলক, যিকেইটা link আমাৰ ফালৰ পৰা provide কৰা হ’ব।
🟢➥ Live Join কেনেকৈ কৰিব? 🎯
বহুতে সুধিছিল Live ত কেনেকৈ join কৰিব পাৰি। প্ৰথমে account খুলি trade কৰিব লাগিব। যদি consistent আৰু verified দেখা যায়, তেন্তে নিশ্চয় Live session ত invite কৰা হ’ব।
🔴✦━━━ ধন্যবাদ সকলোকে ❤️ ━━━✦🔴
Stay disciplined, stay focused 📈
BROKER LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
broker link 2- https://join.dhan.co/?invite=UHSBC22792
Account opening r paspt screen shot dibo @pritom93
Ji kunu new account , mur namot thoka , ignore it okk
Sob fake
Вже доступно! Дослідження Telegram за 2025 — головні інсайти року 
