E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 220
Подписчики
Нет данных24 часа
-207 дней
-10030 дней
Архив постов
⬛⬛⬛⬛⬛⬛⬛⬛
📌 TRADING AWARENESS POST 📌
⬛⬛⬛⬛⬛⬛⬛⬛
⚫ মন দি পঢ়িব,আৰু বুজিবলৈ চেষ্টা কৰিব
মাৰ্কেটত ট্ৰেড কৰিব বিচাৰিলে কিছুমান কথা জানাটো অতি জৰুৰী।
🔴 যদি আপুনি Option Buyer / Scalper / Intraday Trader হয়,
তেনেহ’লে মাৰ্কেটত Movement থাকিলেহে ট্ৰেড কৰক।
নহ’লে Loss হোৱাৰ সম্ভাৱনা থাকে।
🔵 যদিহে মাৰ্কেটত Movement দেখা নাপায়,
তেন্তে সেই মাৰ্কেটটো এভইড কৰাটোৱেই ভাল।
🟣 Range Bound / Sideways Market ত
Buyers আৰু Sellers দুয়ো ফালে Interest কম থাকে,
আৰু এনেকুৱা মাৰ্কেটত Trap বেছি হয়।
⬛ এনে মাৰ্কেটত
Proper Risk–Reward Ratio maintain নহয়,
ফলত Trader ৰ Mindset বেয়া হৈ যায়।
🟥 বাৰে বাৰে Loss হ’লে
মানুহে নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰে,
সেইকাৰণে সদায় Safe Side ত থাকক।
🟦 আমি সদায় চেষ্টা কৰিব লাগে
যিখন মাৰ্কেটত ধুনীয়া Strong Candle বনিছে
আৰু Direction স্পষ্ট।
🔻 আজি মাৰ্কেট চালে দেখা যায়
কোনো Clear Direction নাই।
🟤 Candle বোৰত
Upper Wick আৰু Lower Wick দুয়ো আছে,
ইয়াৰ অৰ্থ — Buyers আৰু Sellers দুয়ো সমানে শক্তিশালী।
⚠️ এনে মাৰ্কেটত
Market ৰ পৰা দূৰত থাকাটোৱেই Smart Decision।
💣 Capital বচাই ৰখাটো Trader ৰ প্ৰথম ধৰ্ম।
Capital থাকিলেহে ভাল মাৰ্কেটত ট্ৰেড কৰিব পাৰিব।
🛑 বহু Trader এ
বেয়া মাৰ্কেটত Capital নষ্ট কৰে,
ভাল মাৰ্কেট আহিলে দেখে —
Capital অলৰেডি শেষ।
✅ সেইকাৰণে
আজিৰ মাৰ্কেটত ভাল Movement নেদেখাৰ বাবে
আমি Trading Close কৰিছোঁ।
⬛⬛⬛⬛⬛⬛⬛⬛
SENSEX 84300 CE NEAR 364 BUYING AHIBO PARE
✅ RISKY
.ONLY MY VIEW
✅ NIFTY EXPIRY TODAY..
PREMIUM DECAY HOBO PARE
SO MOMENTUM NAPALE TRADE NULUA VAL..
