E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 713
Подписчики
-624 часа
-467 дней
-16130 день
Архив постов
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
✅ যি সকলে নতুন কৈ গ্ৰুপত জইন কৰিছে MOST WELCOME
আমি এইটো গ্ৰুপত ভাৰতীয় শ্বেয়াৰ বজাৰত ট্রেডিং ৰ বিষয়ে আলোচনা কৰো
✅ ট্রেডিং ৰ বিষয়ে সদায় শিকোৱা হয়
✅ আমি প্ৰতিদিনে ইয়াতে ভাল ট্ৰেড বোৰ প্ৰকটিচ কৰো , আমি নিজৰ বাবে চোৱা বা লোৱা ট্ৰেড বোৰ ইয়াতে শ্বেয়াৰ কৰো, EDUCATIONAL PURPOSES ত
✅ তাকে চাই আপুনি প্ৰকটিচ কৰিব পাৰে
✅ প্ৰতিদিনে মাৰ্কেট খনৰ চাই বা Analysis কৰি বুজিবৰ চেষ্টা কৰা হয়
✅ ট্রেডিং কৰিবৰ বাবে এটা ভাল Broker ত একাউণ্ট থকাটো জৰুৰী
👉 এইটোত ট্রেডিং একাউণ্ট খুলি লব -
https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
✅ কেনেকৈ খুলিব লাগে বুজি নাপালে এইটো video চাই লব - https://youtu.be/pU-_w5b1efg?si=cigY0oksxDPxoWEc
✅ ট্রেডিং একেদিনাই বুজা বা শিকা বস্তু নহয়। ইয়াতে বহুত কথা শিকিব লগা থাকে
যিবোৰ আমি VIDEO , VOICE , screen shot এই দি বুজাই যাওঁ ।
📣 একদম নতুন সকলে অলপ দিন নুবুজা নিচিনা লাগিব । কিন্তু অলপ দিন চালে বুজি পাব লাহে লাহে
✅ হয় সকলে আমাৰ BASIC TO ADVANCE ক্লাছ লম ভাবে , তেওঁলোকে আমাৰ live ক্লাছ লব পাৰিব, মাজে মাজে এডমিছন হৈ থাকে । update ইয়াতে পাব ।
✅ আমাৰ নাম কৈ, লিংক দি, কোনোবাই সহজে পইচা ঘটাৰ উপায় দিলে পইচা দি নিদিব
✅ পইচা কাৰোবাক দিয়াৰ আগতে 100 বৰ ভাৱক
✅ INVESTMENT ভাল বস্তু। কিন্তু যদি ইয়াক সঠিক ঠাইত কৰা হয় তেতিয়া ।
✅ নিজে বুজি বা জানি লৈ কৰিব, এনে কৰি দিম বুলি কলে নিদিব
✅ SCAMER ৰ পৰা সাৱধান হওক 🙏🙏 লোভ লগাব কিন্তু নিজেকে বচাই ৰাখক ।
Moi personal kotha patilu . Total 5,17,000/- LOI GOL. চাইবাৰ CRIME ত দিয়া হল । কিন্তু লাভ একো নহয় ।
Any queries please message me @pritom93
Sideways market : যেতিয়া মাৰ্কেট এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সোমাই থাকে । আৰু move নকৰে । তেতিয়া তাক sideways বুলি কোৱা হয় ।এনেকুৱা মাৰ্কেট ত আমি ট্ৰেড নোলোৱাকৈ থকাটো ভাল । কাৰণ ইয়াত premium বোৰ কমি যায় , যাৰ ফলত আমাৰ sl হিট হয় । বা loss হৈ গৈ থাকে । এনেকুৱা মাৰ্কেট ক ৰেঞ্জ বাউণ্ড বুলিও কোৱা হয় । আমি অপেক্ষা কৰিব লাগে যাতে এইটো ৰেঞ্জ ৰ পৰা মাৰ্কেট ওলোৱাৰ পাছত হে ট্ৰেড ৰ প্লেন কৰোঁ । এনেকুৱা মাৰ্কেট ত কেণ্ডেল বোৰ সৰু সৰু হয় । ওপৰত বা তলত গলেও সৰু সৰু কেণ্ডেল বনাই বহুত লাহে লাহে যায় ।
