E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 243
Подписчики
-524 часа
-227 дней
-10830 дней
Архив постов
🚀 Hello Traders Family!
আমাৰ এই Telegram channelটো এটা সাধাৰণ channel নহয়… ই এটা Trading Family 💙 য’ত আমি একেলগে শিকোঁ, আলোচনা কৰোঁ আৰু grow কৰোঁ।
📊 আমি যিবোৰ levels & setups share কৰোঁ, সেইবোৰ only for educational purpose।
👉 আমি নিজে যেতিয়া trade লওঁ, তেতিয়া আপোনালোকৰ লগতো share কৰোঁ যাতে আপুনি সেইবোৰ practice কৰি শিকিব পাৰে।
⚠️ Important Disclaimer:
এইবোৰ কোনো ধৰণৰ buy/sell call, tip বা financial advice নহয়।
👉 যদি আপুনি investment কৰে, তেন্তে সেইটো completely আপোনাৰ নিজৰ decision।
👉 Always try to consult a financial advisor before investing.
💡 Our Goal:
এই channelটোত নতুন হওক বা experienced হওক – সকলোয়ে একেলগে শিকিব পাৰিব।
👉 Beginners সকলেও লাহে লাহে market buji confident trader হ’ব পাৰিব।
🔗 Broker Recommendation:
আমি যি Demat Account link দিছোঁ, সেইটো use কৰিব পাৰে।
👉 Personally আমি use কৰি ভাল পাইছোঁ — trusted & smooth experience 👍
📈 Golden Trading Rules:
✔️ Entry
✔️ Stop Loss (SL)
✔️ Target (TGT)
✔️ Risk Management
✔️ Discipline
👉 এইবোৰ follow নকৰিলে trading মানে gambling হৈ যাব ❌
🧠 Short Forms Explained:
• SL (Stop Loss): Last risk point (ইয়াতকৈ তললৈ গ’লে exit)
• TGT (Target): Profit booking area
• C2C (Cost to Cost): Entry priceতেই exit
• Near: Priceৰ ওচৰত
• Above: ওপৰত
• Below: তলত
• CE: Call Option
• PE: Put Option
🎯 For Beginners:
👉 আপুনি paper trading কৰিব পাৰে… but remember:
📌 Paper tradingয়ে psychology develop নকৰে
👉 Real learning হয় real tradingত
✔️ Start small (1 lot)
✔️ প্ৰথম 2–3টা tradeত just experience লওক
✔️ Profit/Loss চিন্তা নকৰিব — experience gain কৰক
⚡ Pro Tip:
👉 “In the money (ITM)” trades ল’ব চেষ্টা কৰক
👉 “Out of the money (OTM)” trades risky — avoid excessive greed
📅 আজি expiry day (Bank Nifty/Nifty) থাকে:
👉 কম premiumত huge move আহিব পাৰে (Zero to Hero setups 💥)
👉 কিন্তু patience ৰাখক আৰু সঠিক setup wait কৰক
🧘♂️ Final Advice:
👉 Marketত success পোৱাৰ secret =
Patience + Discipline + Risk Management
👀 Chartত চকু ৰাখক,
🧠 Emotion control কৰক,
💰 আৰু smart trade কৰক!
🔥 Let’s Grow Together – One Trade at a Time! 🔥
Amar student.. 🧿🧿
Special strategy eta ase . Heitu loi 1 lot di 3.7k book ✅
🚀 Hello Traders...
👉 এটা কথা মই আগৰে পৰা কৈ আহিছোঁ
— marketত যি দেখা যায়, সকলো opportunity নহয়। এতিয়া যদি ভালকৈ observe কৰে, marketটো sideways চলি আছে,
কিছুমান জেগাত বহুত clean আৰু attractive candles বনিছে। আৰু ইয়াতেই বেছিভাগ new traders ভুল কৰে, candle দেখিলেই তৎক্ষণাত buy বা sell কৰি দিয়ে।
⚠️ তাৰ পিছত কি হয় — কেতিয়াবা profit হয়, তেতিয়া লাগে যেনে ঠিকেই কৰি আছোঁ, কিন্তু কেতিয়াবা lossো হয়। কিন্তু এইটো trading নহয়, gamblingলৈ convert হৈ যায়।
💡 প্ৰথমে trading বহুত interesting লাগে,
₹200, ₹500, ₹1000 এনেকুৱা profit আহিলে excitement বেছি থাকে। কিন্তু লাহে লাহে যেতিয়া loss বাঢ়ে, profitৰ দিন কমে, আৰু account কেইবাবাৰ wipeout হয়, তেতিয়া আচল pictureটো বুজা আৰম্ভ হয়।
👉 তাৰ পিছত যেতিয়া trader জনে —
বাৰে বাৰে নতুন strategy বিচৰা বন্ধ কৰে, আৰু নিজৰ এটা system বা setup বনায়।
আৰু তেতিয়া trading টো হৈ যায় boring আৰু trader জন profitable 🤑
📌 এতিয়া setup বা system মানে কি? simple — entry ক’ত ল’ব, stop loss ক’ত দিব, আৰু target ক’ত ৰাখিব, এইবোৰ আগতেই clear থাকে।
👉 সকলোৰে setup একে নহয়, কিছুমানে specific moveলৈ wait কৰে, কিছুমানে particular candle pattern চাই trade লয়, কিছুমানে support-resistance follow কৰে, কিন্তু যি হওক নিজৰ এটা fixed logic থাকিবই লাগিব।
😴 আৰু এটা সত্য কথা — যেতিয়া আপুনি actual system follow কৰিবলৈ আৰম্ভ কৰিব, tradingটো boring লাগিবলৈ আৰম্ভ কৰিব। কেতিয়াবা ঘণ্টা ধৰি বহি থাকিব লাগিব, trade নাপাব, কেতিয়াবা গোটেই দিনটো no trade।
💰 কিন্তু ঠিক এই সময়ৰ পৰাই এজন trader profitable হ’বলৈ start কৰে, কাৰণ তেওঁ random trade নলয়।
📊 বৰ্তমান market sideways আছে, সেইকাৰণে আমি wait কৰি আছোঁ proper setupৰ বাবে। যদি আপুনি already trade লৈছে আৰু profitত আছে, তেনেহ’লে book কৰিব পাৰে। যদি new হয়, তেনেহ’লে hurry নকৰিব।
📲 তলত দিয়া demat accountsত account open কৰি ধীৰে ধীৰে start কৰিব পাৰে। trade লোৱাৰ পিছত screenshot share কৰিব, তাৰ পৰা আমি কিছুমান active traders select কৰি আমাৰ trading clubত add কৰিম, য’ত আমি একেলগে live analysis আৰু live trading কৰিম। মাজে মাজে
🛑 শেষতে এটাই কথা — overtrading নকৰিব, risk management ignore নকৰিব, নহ’লে marketে hard wayত শিকাব।
🚀 setup বনিলে মই update দিম, তেতিয়ালৈ calm থাকক, শিকি থাকক আৰু smart trade কৰক।
