E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 713
Подписчики
-624 часа
-467 дней
-16130 день
Архив постов
Gap up opening and buying ahise market t.
So opposite trade eitu
Resistance t ase.
✅👉 চাই থাকিলেও বুজাত দেৰি হয়, কিন্তু মই দিয়া লিংক টোত গৈ এপ টোত একাউণ্ট খুলি ট্ৰেড নললেও মাৰ্কেট খন আমি চাই থাকক . 100 টকা এটা ভৰাই একদম সস্তীয়া ট্ৰেড এটা লৈ চাব পাৰে । প্ৰফিট ৰ বাবে নহয় । experience ৰ বাবে । যে কেনেকৈ কিনিলে । কেনেকৈ বিকিলে । তেতিয়াহে পাৰিব ।
🔰
যদি Steps নলয় কেনেকৈ হব । ✌️✌️We Are not SEBI registered ADVISORY TEAM and not provide any call tips . Not advice any buy slae tips or advice. We just share our discussion with Team. All trade analysis are for education purpose and for paper trade. Thank you
✅ যি সকলে নতুন কৈ গ্ৰুপত জইন কৰিছে MOST WELCOME
আমি এইটো গ্ৰুপত ভাৰতীয় শ্বেয়াৰ বজাৰত ট্রেডিং ৰ বিষয়ে আলোচনা কৰো
✅ ট্রেডিং ৰ বিষয়ে সদায় শিকোৱা হয়
✅ আমি প্ৰতিদিনে ইয়াতে ভাল ট্ৰেড বোৰ প্ৰকটিচ কৰো , আমি নিজৰ বাবে চোৱা বা লোৱা ট্ৰেড বোৰ ইয়াতে শ্বেয়াৰ কৰো, EDUCATIONAL PURPOSES ত
✅ তাকে চাই আপুনি প্ৰকটিচ কৰিব পাৰে
✅ প্ৰতিদিনে মাৰ্কেট খনৰ চাই বা Analysis কৰি বুজিবৰ চেষ্টা কৰা হয়
✅ ট্রেডিং কৰিবৰ বাবে এটা ভাল Broker ত একাউণ্ট থকাটো জৰুৰী
👉 এইটোত ট্রেডিং একাউণ্ট খুলি লব -
https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
✅ কেনেকৈ খুলিব লাগে বুজি নাপালে এইটো video চাই লব -
✅ ট্রেডিং একেদিনাই বুজা বা শিকা বস্তু নহয়। ইয়াতে বহুত কথা শিকিব লগা থাকে
যিবোৰ আমি VIDEO , VOICE , screen shot এই দি বুজাই যাওঁ ।
📣 একদম নতুন সকলে অলপ দিন নুবুজা নিচিনা লাগিব । কিন্তু অলপ দিন চালে বুজি পাব লাহে লাহে
✅ হয় সকলে আমাৰ BASIC TO ADVANCE ক্লাছ লম ভাবে , তেওঁলোকে আমাৰ live ক্লাছ লব পাৰিব, মাজে মাজে এডমিছন হৈ থাকে । update ইয়াতে পাব ।
Eitu moi luatu. Garit ahi asilu babe sl trail kori thoiislu . Nhle moi full profit book koribo paru
