E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 797
Подписчики
-1024 часа
-397 дней
-12230 день
Архив постов
23850 call watch.. 220 manot support lole move eta ahibo pare..
সফল Trader হ’বলৈ Trading Psychology নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
✅ মোৰ ওপৰত যাব লাগিছে , বা মোৰ মনটোৱে তলত যাব কৈছে বোৰৰ একো কাম নাই,
আপোনাৰ analysis ৰ মতেহে হব ।
যাৰ যাৰ FOMO আছে
Market চাই থাকিলে ট্ৰেড এটা কৰোঁ , লওঁ লওঁ লাগি থাকে ।
নিজকে অলপ time সৰু সুৰা task ত busy ৰাখিব।
এইটো গেম খেলিব পাৰে । মই sideways time t খেলু ।
Play Coin Master with me! https://getcoinmaster.com/~HEISuZ2A51?u=c
Free game.. task thake . Time pass..
As per our view.. market dhunia girise..
But premium t ekdm movement val nhy..
Уже доступно! Исследование Telegram 2025 — ключевые инсайты года 
