E-Learn ( STOCK MARKET KNOWLEDGE )
Открыть в Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Больше6 251
Подписчики
Нет данных24 часа
-277 дней
-10830 дней
Архив постов
Open your free demate ACOUNT in dhan : https://join.dhan.co/?invite=UHSBC22792
Saok 👆 already kitap khonot dia ase ji bur kotha . Same move market r
Likhonitut maje maje tumi hombhudhon gol 🙏 tar Babe moi khyoma parthi.
Bhul khini honmanoiyo Indrajit dangoriai dekhuai dia babe dhonyobad jonalu .
Kuneu bea napabo.🙏 Moi hokoluke honman koru.
Axomiyat likhute olp mna problem hoi jai.
🚨 FINALLY! বহু প্রতীক্ষাৰ অন্তত আমাৰ Trading Ebook লাইভ হ’ল! 🚨
বহুত দিনৰ পৰা তোমালোকে প্ৰশ্ন কৰি আছিল — "Strategy আছে নিকী । লাইভ মাৰ্কেটত Emotion আৰু Loss কেনেকৈ নিয়ন্ত্ৰণ কৰিম?" মাৰ্কেট কত যাব কেনেকৈ গম পাম ? এণ্টৰী কত লব লাগে । চল কত দিব লাগে । টাৰ্গেট কত থাকে । ট্ৰেড বেছি হৈ যায়। los বেছি হয়। প্ৰফিট hold নহয়। আদি ..
অবশেষত সম্পূৰ্ণ সাজু : 📘 Trading Master Guide (বজাৰৰ ৮০% খেল মনৰ: কৌশল জনাৰ পাছতো কিয় লোকচান হয় আৰু কেনেকৈ Fear, Greed আৰু Emotion জয় কৰি Discipline Trader হ’ব পাৰি)
মই মোৰ বাস্তৱ ট্ৰেডিং অভিজ্ঞতাৰ পৰা যিবোৰ ভুল আৰু ছিক্ৰেট শিকিছোঁ, সকলোখিনি ইয়াত একদম সহজ-সৰলকৈ তুলি ধৰিছোঁ। যিসকলে নিজৰ ট্ৰেডিং ছাইক’লজি আৰু মাইণ্ডছেট নেক্সট লেভেললৈ নিব বিচাৰিছা, তেওঁলোকৰ বাবে এইখন এটা Complete Guide।
যিসকলে ল’ম বুলি ৰখি আছিলা, আজিৰ বাবে স্পেচিয়েল লঞ্চ অফাৰত এতিয়াই সংগ্ৰহ কৰি লওক :
👇 ডাইৰেক্ট কিনিবলৈ/ডাউনলোড কৰিবলৈ লিংক: 🔗
🚨 **আপোনাৰ Trading-ত Problem-টো
Strategy নে Discipline নে fomo ?** 🤔🔥
আপুনি Entry লোৱাৰ পিছত Market আপোনাৰ বিপৰীতে যায় নেকি? 😓
FOMO-ত পৰি Trade লয় নেকি?
ভাল Setup দেখিও সঠিক Entry ল’ব নোৱাৰে নেকি?
তেন্তে অলপ ৰওক! ✋
🔥 LIVE TRADING MENTORSHIP PROGRAM 🔥
🎯 30 DAYS | DAILY 2 HOURS
এই 1 Month-ত আমি Focus কৰিম —
✅ DISCIPLINE — Rules অনুসৰি Trading কৰা।
✅ FOMO CONTROL — প্ৰতিটো Move-ৰ পিছত দৌৰা বন্ধ কৰা।
✅ PIN-POINT ENTRY — Entry-ৰ Precision উন্নত কৰা।
💡 কেৱল Strategy জনাটোৱেই যথেষ্ট নহয়, তাক Discipline-ৰে Follow কৰিব পৰাটোও জৰুৰী!
⚠️ SEATS ARE LIMITED — BOOK YOUR SLOT NOW!
📩 Join কৰিবলৈ এতিয়াই DM কৰক 👇
👉 @pirtom93
💬 DM-ত “MENTORSHIP” লিখি পঠিয়াওক।
*Trading involves risk. No guaranteed profits. Focus is on learning and improving your trading discipline.*
