E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 257
مشترکین
+224 ساعت
-297 روز
-10930 روز
آرشیو پست ها
Sensex support break kora nai etialoike.. tate aji expiry so conference loihe trade lobo
Movement tule wait korok . Okk
Ji ti candle dekhi jot tot humai najabo
ট্ৰেডিংত লাভ কৰিব লাগিলে প্ৰথমে নিজৰ ৰুলছ আৰু হেবিট শক্তিশালী কৰিব লাগিব। সদায় এই কথাবোৰ মনত ৰাখিব 👇
• এজন profitable trader কেতিয়াও over trading নকৰে।
• FOMO ত entry ল’ব নালাগে। মাৰ্কেট ক’লৈ গৈছে চাই দৌৰি যোৱা মানে নিজকে risk ত পেলোৱা।
• গোটেই দিন chart আগত বহি থকাৰ প্ৰয়োজন নাই। ২–২.৫ ঘণ্টা focus কৰি trade বিচাৰক। Setup নাপালে উঠি যোৱাই better।
• Setup confirm নহ’লে trade নল’ব। ডাঙৰ candle দেখিলেও patience ৰাখিব।
• Trade আৰম্ভ কৰাৰ আগতেই ঠিক কৰি ল’ব —
➤ আজি কিমান trade ল’ম
➤ কিমান risk ল’ম
➤ কিমান target থাকিব
Target বা limit hit হ’লেই trading বন্ধ কৰক।
• সদায় টকাৰ পিছত নহয়, skill ৰ পিছত দৌৰক।
টকা এদিন নহয় এদিন আহিবই… কিন্তু skill develop হ’লে আপুনি দীৰ্ঘ সময় টিকি থাকিব পাৰিব।
• এজন সফল trader strategy ৰে নহয়, discipline, patience আৰু rules ৰে তৈয়াৰ হয়। 📈
সুৰক্ষিত থাকক, discipline maintain কৰক আৰু প্ৰতিদিনে নিজকে অলপ অলপ better কৰাৰ চেষ্টা কৰক ❤️
