E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 782
مشترکین
اطلاعاتی وجود ندارد24 ساعت
-427 روز
-14130 روز
آرشیو پست ها
23800 CALL NEAR 179 PLAE ENTRY LOM SAGE ..
Market aji olp risky bortoman ..
FOR UP SIDE SAM JODI R1 BREAK KORE .. and 23780 level for down side
সফল Trader হ’বলৈ Trading Psychologyণালী নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
SENSEX VOYONKAR 🙏🙏
Jar jar montu kut kutai ase .. market nasabo dei .
Dise jeneke loisu jabo tatke besi
Olp jdi kheli meli hoi
@pritom93
Kiba thakile message koribo.
আমি সোনকালে এটা online ট্রেডিং club খুলিম । সবে ঘৰৰ পৰাই একেলগে তাত আহিম, Planning চলি আছে ।
Process jonam shortly
Just ভাবি চাওক, 9.52 ত good morning message দিছোঁ।
মানে তেতিয়াৰ পৰাই ৰৈয়ে আছিলোঁ ।
Dintut nu amak lage ki. Matro eta val setup
নে কি কয় । মাত্ৰ আমি নিজৰ setup বনালে wait korilei hol
Mur simple logic hol pull back.
✅🙏🧿
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
