E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 243
مشترکین
-524 ساعت
-227 روز
-10830 روز
آرشیو پست ها
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
🔵✦━━━ নমস্কাৰ সকলোলৈকে 🙏 ━━━✦🔵
🟢➤ আমি এটা গ্ৰুপ টোত Option Trading ৰ লেভেলবিলাক share কৰোঁ আৰু লগতে শিকাবলৈও চেষ্টা কৰোঁ। কোনটো লেভেল Buying ৰ বাবে, কোনটো Selling ৰ বাবে বা ক’ত আমি trade লৈছোঁ – গোটেইখিনি বস্তু অকল educational purpose ৰ বাবেহে share কৰা হয়।
🔴✧༺ এইবোৰ কোনো ধৰণৰ tips বা buy/sell advice নহয় ༻✧🔴
যদি আপোনালোকে এই লেভেল চাই practice কৰে বা নিজৰ মতে investment কৰে, তেন্তে সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ’ব। আমি অকল শিকিবৰ বাবে এই লেভেলবিলাক দিওঁ।
🔵➥ আজি ও কোনটো ট্ৰেড লৈছোঁ তাৰ লেভেল শ্বেয়াৰ কৰা হব । তাক চাই practice কৰিব পাৰে 📊
🟢✦༻ New Members ৰ বাবে ༺✦🟢
যিসকল নতুন, তেওঁলোকে একেদিনাই সকলো বুজি নাপাব। দুই-তিনিদিনমান observe আৰু practice কৰিলে ধিৰে ধিৰে সকলো clear হৈ যাব।
🔴➤ Demat Account Information 💼
আমি Demat Account ৰ link আগতে দিছোঁ। এই দুটা Demat Account ত যদি account খুলি trading কৰে, তেন্তে কিছুমান selected person ক মাহত তিনি-চাৰি বাৰ আমাৰ Live session ত লগত বহাৰ সুযোগ দিয়া হ’ব। যদি daily basis ত practice কৰা দেখা যায় আৰু verified হয়, তেন্তে নিশ্চয় invite কৰা হ’ব।
🔵✧༺ Important Process ༻✧🔵
Bajaj broking বা Dhan ত account খোলাটো বাধ্যতামূলক, যিকেইটা link আমাৰ ফালৰ পৰা provide কৰা হ’ব।
🟢➥ Live Join কেনেকৈ কৰিব? 🎯
বহুতে সুধিছিল Live ত কেনেকৈ join কৰিব পাৰি। প্ৰথমে account খুলি trade কৰিব লাগিব। যদি consistent আৰু verified দেখা যায়, তেন্তে নিশ্চয় Live session ত invite কৰা হ’ব।
🔴✦━━━ ধন্যবাদ সকলোকে ❤️ ━━━✦🔴
Stay disciplined, stay focused 📈
BROKER LINK 1 - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
broker link 2- https://join.dhan.co/?invite=UHSBC22792
Account opening r paspt screen shot dibo @pritom93
Repost from Learning With Pritom ️️
+1
ATTENTION :
✅ FANTASY APP BISARI FURA HOKOLOR BABE .
AJIR PORA IPL ASE .
ENJOY IPL WITH FANTASY APP
✅ TEAM BONAI USE KORI SABO
✅ FIRST DEPOSIT KOM KORIBO. AFTER 1 WITHDRAW DEPOSIT VALKE KORI KHELIBO PARE
✅ FIRST ENTRY FREE FOR NEW USERS OKK
Link : I Your first Fantasy contest entry is FREE. Play with me. https://web-in.comewindnet.com/en/affiliate-invited?c=3ZB5B6S2&s=1
INTERESTED PERSON CAN OPEN ACOUNT- https://invite.coindcx.com/31935109
✅ NO CRYPTO TAX IN FUTURE TRADING
✅ GOVERNMENT REGISTERED BROKER
✅ UPI DEPOSIT AND FASTER WITHDRAW
India’s NO 1 CRYPTO TRADING + INVESTMENT PLATFORM
KIBA NUBUJILE MESSAGE DIBO PARE @pritom93
Crypto group link -
Full video , how to deposit and trade in crypto :
সফল Trader হ’বলৈ Trading Psychology ৰ ৫টা সোণালী নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবি বআগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
