E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 312
مشترکین
-124 ساعت
-207 روز
-11030 روز
آرشیو پست ها
📌 গুৰুত্বপূৰ্ণ সূচনা & ডিছক্লেইমাৰ (Disclaimer) 📌
মই যিখিনি analysis আপোনালোকক share কৰিছোঁ, এই analysis খিনি সম্পূৰ্ণৰূপে মোৰ নিজৰ experience আৰু knowledge ৰ ওপৰত ভিত্তি কৰি কৰা হয়। 💡
⚠️ মনত ৰাখিব:
এইখিনি কোনো ধৰণৰ buy/sell tips বা advice নহয়। ❌
সম্পূৰ্ণৰূপে মোৰ thoughts বিলাক আপোনালোকক share কৰোঁ যাতে আপোনালোকে কিবা এটা শিকিব পাৰে আৰু practice কৰিব পাৰে। 📚✍️
অলৰেডি কৈছোঁ— practice purpose আৰু education purpose ত এইখিনি বস্তু share কৰা হয়।
📉📈 Share market ত 100% positive return ৰ guarantee নাথাকে।
👉 গতিকে ইয়াতো সাৱধান হ'ব বা আপোনাৰ financial advisor ৰ লগত consult কৰি ল'ব। 👨💼🤝
🚫 আমাৰ সতৰ্কবাণী:
আমাৰ team ৰ ফালৰ পৰা কোনো ধৰণৰ সহজে পইচা ঘটাৰ সপোন 💤
সহজে পইচা ঘটাৰ tips ❌
কোটি টকা একেদিনতে বনোৱাৰ idea দিয়া নহয়। 💰❌
আমি share market ত কাম কৰি আছোঁ আৰু আমাৰ thoughts বিলাক, আমাৰ thinking বিলাক, আমাৰ levels বিলাক আমি কেনেকে practice কৰোঁ, কেনেকে চাওঁ আপোনালোকক share কৰোঁ। 📊🔍
সেইবিলাক চাই আপোনালোকে অকল paper trading practice বা শিকিব পাৰে। 📝📉
🚫 আমি আজিলৈকে কাকো:
100% positive return ৰ guarantee ❌
Recovery কৰা ❌
সহজে পইচা ঘটি দিয়া ❌
পইচা double কৰি দিয়াৰ commitment দিয়া নাই। 💸❌
🛑 আৰু এনেকুৱা ধৰণৰ commitment ৰ পৰা আপোনালোকে সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব। 🙏✨
24200 PUT NIFTY ABOVE 114/115 MOVE EXPECTED
✅ IF FOLLOW TREND
Nifty support testing..
Jodi 24060 DOWN BREAK KORE SPIKE MARIBO PARE ..
