fa
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

رفتن به کانال در Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

نمایش بیشتر
6 717
مشترکین
-624 ساعت
-467 روز
-16130 روز
آرشیو پست ها
ONLY MY VIEW OKK

81900 PUT SENSEX RISKY BUT BIG MOVE R CHANCE ASE ABOVE 240

If break 81700 PUTT BIG MOVE OHAR CHANCE ASE

Selling force ase market t

AJI SENSEX R EXPIRY..

ABOVE 280 MOVE POSSIBLE

SENSEX 81800 CE WATCH

নমস্কাৰ সকলোকে, আপোনালোক কেনে আছেনে? আশা কৰোঁ আপোনালোক সকলো বহুত ভালেই আছেনে আৰু জানুৱাৰী মাহত আপোনালোকৰ ট্ৰেডিং এক্সপিৰিয়েন্সো ভালেই গৈছে। আপোনালোকেও দেখিছে যে জানুৱাৰী মাহত আমাৰ একিউৰেচি বহুত ভাল আছিল। আমি বহুতেই সহজ ধৰণে ট্ৰেড কৰোঁ, ট্ৰেডৰ এনালিছিছ কৰোঁ আৰু আমি নিজৰ বাবে যিসকল লেভেল উলিয়াওঁ, সেই সকলো লেভেল স্ক্ৰিনশ্বটৰ জৰিয়তে আপোনালোকক প্ৰভাইড কৰা হয়, যাতে আপোনালোকেও শিকিব পাৰে। আপোনালোকেও চাব পাৰে আমি ক’ত এন্ট্ৰি লৈছোঁ, ক’ত ষ্টপলছ প্লেন কৰিছোঁ, কোনটো কেণ্ডেলৰ পিছত আমাৰ এন্ট্ৰি হৈছে বা টাৰ্গেট হিট হৈছে। যদি আপোনালোকেও এই সকলোবোৰ বহুত সহজভাৱে শিকিব বিচাৰে — চাৰ্ট কেনেকৈ ৰিড কৰিব লাগে, কেণ্ডেল চাই কেনেকৈ এন্ট্ৰি-এক্সিট প্লেন কৰিব লাগে — একেবাৰে সিম্পল ধৰণে যদি ট্ৰেডিং শিকিব বিচাৰে, তেন্তে ফেব্ৰুৱাৰী মাহত আৰম্ভ হ’বলগীয়া আমাৰ ক্লাছত আপুনি এডমিছন ল’ব পাৰে। এই ক্লাছৰ এডমিছন ফিছ মাত্ৰ ৩০০০ টকা। আমি ইয়াত এটা বহুতেই ফিল্টাৰ কৰা কোৰ্চ বনাইছোঁ, য’ত আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে সকলো বুজাই দিয়া হ’ব। বুলিব পাৰি — একেবাৰে বেছিকৰ পৰা লৈ ফুল এডভান্স লেভেললৈ সকলো বিষয় ইয়াত অন্তৰ্ভুক্ত আছে। বহুতো অপ্রয়োজনীয় বিষয় বাদ দি, ভালকৈ ফিল্টাৰ কৰি, প্রয়োজনীয় সকলো কথা যোগ কৰি এই কোৰ্চটো আমি বিশেষকৈ আপোনালোকৰ বাবে তৈয়াৰ কৰিছোঁ। এই কোৰ্চত আপোনালোকক ১৬ৰ পৰা ২০টা ক্লাছ পোৱা যাব আৰু তাৰ লগতে ১০ দিন লাইভ মাৰ্কেটত আমাৰ সৈতে বহাৰ সুযোগো থাকিব। ইয়াত আমি আপোনালোকক শিকাম — আপুনি যি শিকিলে, সেই সকলো লাইভ মাৰ্কেটত কেনেকৈ প্ৰেক্টিছ বা ইমপ্লিমেণ্ট কৰিব পাৰে। ট্ৰেডিং সন্দৰ্ভত মই এটা কথাই ক’ম — যিমান সৰলভাৱে আপুনি ট্ৰেডিং ৰাখিব, সিমানেই আপুনি লাভজনক হ’ব। কিন্তু যদি আপুনি অতি ক্ৰিটিকেলভাৱে শিকে আৰু বহুতো কনফিউজিং বস্তু মিক্স কৰে, তেন্তে ট্ৰেডিং আপোনাৰ বাবে বেয়া হৈ পৰিব। সেয়ে মোৰ অনুৰোধ এইটোয়েই — আপুনি য’তেই শিকক বা যিদৰে শিকক, এটা ষ্ট্ৰেটেজী ডেভেলপ কৰক আৰু সেইটোতেই ফ’কাছ কৰক। চাৰ্ট আৰু ট্ৰেডিং সদায় সহজভাৱে চাবলৈ চেষ্টা কৰক। এতিয়া ক্লাছৰ ডিটেইলছ ক’ম — নম্বৰ ১: এই ক্লাছ গুগল মিটত হ’ব। আমি প্ৰতিদিনে ৰাতি ৯ বজাৰ পৰা ১০ বজালৈ এক ঘণ্টাৰ লাইভ ক্লাছ ল’ম। ইয়াত আপোনালোকক সকলো বস্তু ভালকৈ শিকোৱা হ’ব। এই ক্লাছবোৰ ৰেকৰ্ডেডো থাকিব, যাতে আপুনি কোনোদিনা লাইভ ক্লাছ মিছ কৰিলে, পিছত ৰেকৰ্ডেড ভিডিঅ’ চাই শিকিব পাৰে। নম্বৰ ২: কেণ্ডেলষ্টিক, চাৰ্ট পেটাৰ্ন, টেকনিকেল এনালিছিছ — এই সকলোবোৰ বিষয় আপোনালোকক শিকোৱা হ’ব। ট্ৰেপ কেনেকৈ হয়, ট্ৰেপৰ পৰা কেনেকৈ বাচিব লাগে — এইবোৰো সহজভাৱে বুজাই দিয়া হ’ব। লগতে বহুতো স্মাৰ্ট ৱে, স্মাৰ্ট মনি কনচেপ্টৰ পৰা আৰম্ভ কৰি বহুত বিষয় আপোনালোকক শিকোৱা হ’ব। যদি আপুনি শিকিব বিচাৰে, তেন্তে এতিয়াই আমাক DM কৰক আৰু আপোনাৰ নাম আৰু মোবাইল নম্বৰ পঠিয়াই দিয়ক। @pritom93

2.5k++ ✅
2.5k++ ✅

پیام صوتی03:30