fa
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

رفتن به کانال در Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

نمایش بیشتر
6 725
مشترکین
-1024 ساعت
-487 روز
-16930 روز
آرشیو پست ها
Have a great day 🍀🍀🌺

GOOD MORNING TRADERS

پیام صوتی06:32

✅ ONE SIGNAL TRADE AJI
✅ ONE SIGNAL TRADE AJI

⬛⬛⬛⬛⬛⬛⬛⬛ 📌 TRADING AWARENESS POST 📌 ⬛⬛⬛⬛⬛⬛⬛⬛ ⚫ মন দি পঢ়িব,আৰু বুজিবলৈ চেষ্টা কৰিব মাৰ্কেটত ট্ৰেড কৰিব বিচাৰিলে কিছুমান কথা জানাটো অতি জৰুৰী। 🔴 যদি আপুনি Option Buyer / Scalper / Intraday Trader হয়, তেনেহ’লে মাৰ্কেটত Movement থাকিলেহে ট্ৰেড কৰক। নহ’লে Loss হোৱাৰ সম্ভাৱনা থাকে। 🔵 যদিহে মাৰ্কেটত Movement দেখা নাপায়, তেন্তে সেই মাৰ্কেটটো এভইড কৰাটোৱেই ভাল। 🟣 Range Bound / Sideways Market ত Buyers আৰু Sellers দুয়ো ফালে Interest কম থাকে, আৰু এনেকুৱা মাৰ্কেটত Trap বেছি হয়। ⬛ এনে মাৰ্কেটত Proper Risk–Reward Ratio maintain নহয়, ফলত Trader ৰ Mindset বেয়া হৈ যায়। 🟥 বাৰে বাৰে Loss হ’লে মানুহে নিজকে সন্দেহ কৰিবলৈ আৰম্ভ কৰে, সেইকাৰণে সদায় Safe Side ত থাকক। 🟦 আমি সদায় চেষ্টা কৰিব লাগে যিখন মাৰ্কেটত ধুনীয়া Strong Candle বনিছে আৰু Direction স্পষ্ট। 🔻 আজি মাৰ্কেট চালে দেখা যায় কোনো Clear Direction নাই। 🟤 Candle বোৰত Upper Wick আৰু Lower Wick দুয়ো আছে, ইয়াৰ অৰ্থ — Buyers আৰু Sellers দুয়ো সমানে শক্তিশালী। ⚠️ এনে মাৰ্কেটত Market ৰ পৰা দূৰত থাকাটোৱেই Smart Decision। 💣 Capital বচাই ৰখাটো Trader ৰ প্ৰথম ধৰ্ম। Capital থাকিলেহে ভাল মাৰ্কেটত ট্ৰেড কৰিব পাৰিব। 🛑 বহু Trader এ বেয়া মাৰ্কেটত Capital নষ্ট কৰে, ভাল মাৰ্কেট আহিলে দেখে — Capital অলৰেডি শেষ। ✅ সেইকাৰণে আজিৰ মাৰ্কেটত ভাল Movement নেদেখাৰ বাবে আমি Trading Close কৰিছোঁ। ⬛⬛⬛⬛⬛⬛⬛⬛

✅

Sideways... No movement in premium.. + Decay

PREMIUM VALKE MOVE KORA NAI AJI..

364 to 384

SENSEX 84300 CE NEAR 364 BUYING AHIBO PARE ✅ RISKY .ONLY MY VIEW

✅ NIFTY EXPIRY TODAY.. PREMIUM DECAY HOBO PARE SO MOMENTUM NAPALE TRADE NULUA VAL..

✅ FEBRUARY
✅ FEBRUARY

♐ GAP UP OPENING
♐ GAP UP OPENING

GOOD MORNING TRADERS

🟢 , মই আপোনালোকক এটা উদাহৰণ দি বুজাব বিচাৰিছোঁ। ধৰি লওঁক এখন বজাৰ আছে। সেই বজাৰখনলৈ য’ত যায়, সেই বজাৰখনত যদি তেওঁ প্ৰফিট কৰিব বিচাৰে, ভালকৈ ব্যৱসায় কৰিব বিচাৰে, তেনেহ’লে সেই বজাৰখনত মানুহৰ ভিৰ থাকিব লাগিব। বহুত বস্তু মানুহে কিনা-বিক্ৰী কৰি থাকিব লাগিব। তেতিয়াহে তাতে ব্যৱসায় possible হয়। 🟨 কিন্তু যদি মাৰ্কেটত মানুহেই নাথাকে, কোনো buyer বা seller বাই-চেল কৰিবৰ কাৰণে ইণ্টাৰেষ্টেড নহয়, তেনেহ’লে সেই বজাৰখনলৈ যিকেইজন বেপাৰী যায়, তেওঁলোকে সেইদিনা হাজিৰাও উঠাব নোৱাৰে, কেতিয়াবা লচ হ’ল বুলিও ক’ব পাৰি। 🔵 ঠিক একেদৰে share market তেও এইদৰেই ঘটে। 🔺 যেতিয়া মাৰ্কেটত খুব বেছি volatility থাকে, মাৰ্কেট up move কৰে বা down move কৰে, তেতিয়া আমি বুজি পাওঁ যে মাৰ্কেটত বহুত buyers আৰু sellers available আছে। 🟦 তেনেকুৱা দিনত আমি trading কৰিলেও profit কৰাৰ chance বেছি থাকে। 👉 কিন্তু যেতিয়া মাৰ্কেটত মানুহৰ ইণ্টাৰেষ্ট নাথাকে, buyers আৰু sellers active নাথাকে, তেতিয়া আমি দেখা পাওঁ যে মাৰ্কেটত movement নাথাকে। ⬛ এনে ধৰণৰ movement নথকা মাৰ্কেটক range bound বা sideways market বুলি কোৱা হয়। _ _ _ _ 🟨 Sideways market মানে কি? 🔺 যেতিয়া মাৰ্কেট ওপৰলৈও নাযায় 🟢 তললৈও নাযায় 🟦 বা একেবাৰে স্ল’ মুভ কৰি থাকে 👉 আপ-ডাউন কোনো proper movement নাথাকে ⬛ একেবাৰে সৰু range ৰ ভিতৰতে মাৰ্কেট চলি থাকে, একে ঠাইতে candle বনি থাকে। 🔵 এনে ধৰণৰ মাৰ্কেটত বিশেষকৈ option buying ত profit কৰাটো বহুত কঠিন। 🟨 কেতিয়াবা ক’ব পাৰি risk reward ratio একেবাৰে ভাল নাথাকে। 🔺 loss বেছি হয় আৰু recovery কৰিবলৈ গৈ আৰু বেছি loss হৈ যায়। ⬛ গতিকে মনত ৰাখিবলগীয়া কেইটামান কথা আছে। 👉 যেতিয়া আপুনি দেখে যে মাৰ্কেট ভালকৈ ওপৰলৈও যোৱা নাই, তললৈও যোৱা নাই। 🟦 সৰু সৰু candle বনাই একে ঠাইতে আছে। 🟢 ওপৰলৈ গৈছে যদি বহুত স্ল’লি গৈছে। 🟨 তললৈ আহিছে যদি বহুত স্ল’লি আহিছে। 🔺 তেনেকুৱা মাৰ্কেটত আপুনি ভালকৈ scalping কৰিব নোৱাৰে। 👉 তেনেকুৱা ঠাইত যদি আপুনি scalping কৰিবলৈ যায় 🟥 loss হোৱাৰ chance বহুত বেছি হৈ যায়। 🟦 কিয়নো বহুতো বস্তু একেলগে match নকৰে। 🟨 প্ৰথমত risk reward ratio maintain কৰিবলৈ অসুবিধা হয়। 🔵 দ্বিতীয়তে discipline ভাঙি যোৱাৰ chance থাকে। 🟢 তৃতীয়তে buyers বা sellers কাৰো strong interest নাথাকে। 🟦 যেতিয়া loss আৰম্ভ হয় 👉 এজন trader এ automatic ভাৱে rules break কৰা আৰম্ভ কৰে। 🟨 কিয়নো তেওঁ যিটো শিকিছে সেইটোয়েই মাৰ্কেটত apply কৰিবলৈ চেষ্টা কৰে। ⬛ কিন্তু sideways market ত 🔺 আচলতে কোনো setup বা strategy ভালকৈ কাম নকৰে। 🟢 এনেও ক’বলৈ গ’লে 🟨 কোনো market ত কোনো strategy 100% কাম নকৰে। 🔵 কিন্তু sideways market ত একেবাৰে কাম নকৰে বুলি ক’লেও ভুল নহ’ব। 👉 সেইকাৰণে এইটো জনাটো বহুত জৰুৰী 🟦 কেনেকুৱা মাৰ্কেটত trade কৰিব লাগে 🟢 আৰু কেনেকুৱা মাৰ্কেটত trade নকৰিব লাগে। 🟢 আজি আমি কোনো main trade লোৱা নাই। 🟨 মাৰ্কেট চাই আমি avoid কৰি দিলোঁ। 🔺 এটা সৰু trade প্লেছ কৰিছিলোঁ 🟦 যিটো একেবাৰে এটা low risk practice trade আছিল। 🟨 তাত মাত্র 10 points target আছিল 👉 আৰু সেই 10 points পোৱাতেই মাৰ্কেটত বহুত time লাগিছিল। _ _ _ _ _ 🟢 সেইকাৰণে সেই trade আমি share কৰা নাই। 🟨 কিয়নো আজি মাৰ্কেট risky আছিল। 🔵 এয়া কেৱল এটা practice setup আছিল। 🟢 বাকী আমি আজি properly trade কৰা নাই। 🟦 আমি market avoid কৰি ৰাখিছোঁ। 🕒 এতিয়া সময় হৈছে 11:32 🟨 আৰু মই decide কৰিছোঁ যে 👉 আমি আৰু মাৰ্কেটত নবহোঁ। _ _ _ _ _ _ _ 🟢 আমাৰ whole team এও 🟦 মাৰ্কেটৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত লৈছে। ⬛ কিয়নো এখন market ত বহি থাকি 👉 য’ত কোনো opportunity নাই 🟨 তাত বহি থাকিলে কোনো benefit নাই। 🟢 ভাল market যিদিনা থাকিব 🟨 সেইদিনা 10 মিনিট বহিয়েই দিনটোৰ profit উলিয়াব পাৰি। 🟦 মাৰ্কেট সদায় probability ওপৰত চলে। _ _ __ _ _ _ _ 🟢 trading সদায় learning ওপৰত চলে। 🟨 profit কিমান হৈছে সেয়া ডাঙৰ কথা নহয়। 👉 আপুনি কিমান শিকিছে 🔵 আৰু কিমান discipline follow কৰিছে 🟢 সেইটোহে আটাইতকৈ জৰুৰী।

SIDEWAYS MARKET . TRADE KORATU RISKY ..

Sideways market
Sideways market

MARKET GAP UP OPENING.. BUT MOVEMENT NAI