fa
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

رفتن به کانال در Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

نمایش بیشتر
6 712
مشترکین
-724 ساعت
-497 روز
-16230 روز
آرشیو پست ها
Have a great day

GOOD MORNING TRADERS

Last date : 16 r pora class hobo @pritom93

Have a great day🌻🌻🌻

GOOD MORNING TRADERS

پیام صوتی03:11

price action অনুসৰি বনা কেণ্ডেল সমূহৰ মাৰ্কেট psychology সমূহ বেলেগ বেলেগ হব পাৰে । এডাল কেণ্ডেলৰ opening আৰু closing তোৰ ওপৰ
price action অনুসৰি বনা কেণ্ডেল সমূহৰ মাৰ্কেট psychology সমূহ বেলেগ বেলেগ হব পাৰে । এডাল কেণ্ডেলৰ opening আৰু closing তোৰ ওপৰত বহুত বেছি নিৰ্ভৰ কৰে হয় , ট্ৰেড টো লোৱাৰ ক্ষেত্ৰত Price action অনুসৰি আমি মাৰ্কেট ৰ চাপৰ্ট erea ত buy কৰিব পাৰো । যাৰ বাবে আমাক এটা ভাল signal ৰ প্ৰয়োজন হয় । এই ক্ষেত্ৰত কেণ্ডেল ডাল কি বনিছে আৰু কেনেকুৱা বনিছে সেইটো মন কৰা নিতান্তই প্ৰয়োজনীয় কাৰণ কেণ্ডেল দালৰ formation তোৰ পৰা বুজিব পাৰি যে ট্ৰেড টোত সফল হোৱাৰ শতাংশ কিমান বা আশা কিমান যদি আশা ক্ষীণ, আমি তাক avoid কৰা ভাল আৰু যদি আশা শকত তেনেহলে আমি তাত risk লব পাৰো মাৰ্কেতত 100% কোনো বস্তুৱেই নচলে । ই মাত্ৰ কি হব পাৰে তাৰ সম্ভাৱনা টোহে দেখুৱাই দিয়ে । উদাহৰ স্বৰূপে , যদি ওপৰত যোৱাৰ সম্ভাৱনা বেছি বুলি দেখা পোৱা হয় তেতিয়া তাত buy কৰাৰ risk লোৱা হয় । আৰু তলত যোৱাৰ সম্ভাৱনা বেছি হলে sell । ওপৰত দিয়া photo খনত, green কেণ্ডেল বোৰ buy কৰাৰ বাবে আৰু red কেণ্ডেল বোৰ চেল কৰাৰ বাবে আপুনি চাব পাৰে।

Sensex expiry aji. Kunubai trade korile eikeita level sabo pare Baki aji moi nobohu . Bihur babe. Premium decay pabo logote spike u ahibo Try koribo jate emtry kom damot hoi

GOOD MORNING

ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা 🙏🙏

দিনটোত এটা বা দুটাই ট্ৰেড plan কৰক 1বা 2 ঘণ্টা ত কৈ বেছি time মাৰ্কেট ত নিদিব Discipline ত ট্ৰেড কৰক Sl বা tp মানে target price তুলি অপেক্ষা কৰক।

✅ প্ৰতিটো ট্ৰেড এটা logic ত চলে বা লোৱা হয়। তাকেই setup বুলি কোৱা হয় । মোৰ logic বোৰ একদম সহজ । মই সাধাৰণতে buyer and seller zone বোৰ চাই লওঁ । এইটো ট্ৰেড কিয় ললোঁ, sl কত আছিলে , tp কত আৰু কিয় আছিলে । বুজাই দিলোঁ । চাই লব https://www.instagram.com/reel/DTcJiCGklSD/?igsh=MWNnY3FpYzB0cHljdg==

✅ TRADE ANALYSIS NO 2 Proper entry level t lua trade And hit TGT 59 TO 80++

✅ TRADE ANALYSIS NO 1 Ami PUT R BABE READY ASILU KINTU CANDLE DAL PREMIUM T BUYING T CLOSING NIDILE . So avoid koriou

ADVANCE LEVEL 😃🔥
ADVANCE LEVEL 😃🔥

FINALLY HIT TGT