E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 784
مشترکین
-1124 ساعت
-457 روز
-14230 روز
آرشیو پست ها
Supper risk view on call side
Nifty 23900 CALL ABOVE 164 move expected
But aji trap ase market t okk
সফল Trader হ’বলৈ Trading Psychology নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
✅ মোৰ ওপৰত যাব লাগিছে , বা মিৰ মনটোৱে তলত যাব কৈছে বোৰৰ একো কাম নাই,
আপোনাৰ analysis ৰ মতেহে হব ।
🌙 Hello Everybody ❤️
আশা কৰোঁ সকলো ভালেই আছে।
যিমানখিনি মানুহক reply দিব পৰা নাছিলোঁ, প্ৰায় সকলোকে এতিয়া reply দিয়া হৈ গ’ল।
যিসকলে class ল’ব ভাবিছিল, question আছিল, trading লৈ confusion আছিল বা কিবা জানিব বিচাৰিছিল — সকলোকে যিমান পাৰোঁ ভালদৰে বুজাই reply দিয়া হৈছে। 🙏
এতিয়াও যদি কোনোবাই ভাবি আছে যে “মই Trading টো proper ভাবে শিকি start কৰিম”, তেনেহ’লে এইটো আপোনাৰ বাবে এটা ভাল opportunity হ’ব পাৰে।
📌 যদি আপুনি আগতে ক’ৰবাত শিকিও proper Entry, SL, Target, Risk Management বা pinpoint setup বুজি পোৱা নাছিল…
📌 যদি আপুনি repeated loss খাই আছে…
📌 বা একদম Beginner হৈ share market টো শিকি start কৰিব বিচাৰে…
তেনেহ’লে মই ভাবোঁ, নিশিকাকৈ start কৰাতকৈ শিকি start কৰাটো বহুত ভাল।
✅
আমি কেতিয়াও নকওঁ যে আমাৰ ওচৰতেই শিকিব লাগিব।
YouTube ৰ পৰাও free ত শিকিব পাৰে। কিন্তু বহু সময় লাগে।
যদি আপুনি কম সময়ত এজন Assamese mentor ৰ guidance ত practical ভাবে শিকিব বিচাৰে আৰু আমাৰ ওপৰত trust আছে — তেনেহ’লে class join কৰিব পাৰে। ❤️
Already বহুতে join কৰিছে আৰু আমাৰ limited seats থাকে বুলি আগতেই কৈছিলোঁ।
বৰ্তমান যিসকল student এ class লৈ আছে, তেওঁলোকৰ review আৰু progress দেখি নিজৰে বহুত ভাল লাগিছে। অনেকেই profitable আৰু confident হৈ গৈছে। 📈✨
📚 Class ত যিবোৰ শিকোৱা হ’বঃ
✔️ Trading basics to advanced
✔️ Market কেনেকৈ analyze কৰিব লাগে
✔️ Proper Entry / Stoploss / Target
✔️ Pinpoint Entry setup
✔️ Risk Management
✔️ Money Management
✔️ Trading Psychology & Mindset
✔️ Trade Control কেনেকৈ কৰিব লাগে
✔️ Strategy develop & find out কেনেকৈ কৰে
✔️ Indian Market / Crypto / য’ত মন যায় use কৰিব পাৰিব
সম্পূৰ্ণ practical ভাবে step by step বুজাই দিয়া হ’ব।
💰 Fee: মাত্ৰ ₹3500
যদি কোনোবাই এতিয়াও message কৰি reply পোৱা নাই, আকৌ এবাৰ message কৰি দিব। ❤️
এইবাৰৰ বাবে আমি 500 off rakhi dilu.
So fees only 3000/-
✅ MESSAGE FOR ADMISSION
@pritom93
যদি ভাবিছে যে মাৰ্কেট ক পইচা দিয়াৰ আগতে শিকি লওঁ বুলি ।
✅ আপোনালোকে আমাৰ Setup, Strategy আৰু Trading Accuracy দেখি আহিছে।
👉 যদি আপোনালোকৰ মনত কেতিয়াবা doubt আহিছে, শিকি শিকি ভাগৰুৱা লাগিছে বা failure নিচিনা feel হৈছে — তেনেহ’লে হয়তো সঠিক guidance ৰ প্ৰয়োজন আছে।
🧘♂️ আৰু যিসকল নতুন, “আগে নিজে practice কৰোঁ” বুলি ভাবিছে — Financial Market ত proper mentor নাথাকিলে বহু সময়ত learning ৰ লগতে capital loss ও হয়।
📲 যদি আমাৰ Analysis আৰু teaching style দেখি আপোনালোকৰ বিশ্বাস হৈছে যে আমি সহজভাৱে practical trading শিকাব পাৰিম, তেনেহ’লে Next Month ৰ Online Batch ত join কৰিব পাৰে।
📌 Time: ৰাতি ৯ বজাৰ পৰা ১০ বজালৈ
📌 Duration: প্ৰায় ১.৫ মাহ
📌 Google Meet ত Screen Share কৰি Live Class হ’ব
Class ত শিকোৱা হ’ব —
✔️ Proper Entry, Stoploss & Target
✔️ Risk & Capital Management
✔️ Live Market Analysis
✔️ Planning & Strategy Development
Class শেষ হোৱাৰ পিছতো Support থাকিব আৰু Live Market ত practical session ও হ’ব।
💰 Fees: ₹3500/- only
First 10 ta seat r babe 500 off thakibo.
বহুতে Market ত loss কৰিবলৈ বেয়া নাপায়, কিন্তু Skill শিকিবলৈ hesitate কৰে। Choice আপোনালোকৰ।
⚠️ Seat Limited আছে। Interested হলে নিজৰ Name & Phone Number দি সোনকালে Message কৰক। 🙏
👉 @pritom93 এইটোত মেছেজ কেই দিব । নিজৰ নাম আৰু মোবাইল নম্বৰ
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
Hello Traders 👋
সকলোকে আমাৰ E - Learn ৰ Group লৈ স্বাগতম 🙏
📊 এই Groupটোত আপোনালোকে Option Trading ৰ বিষয়ে Level বিলাক ফ্ৰীতে আপডেট পাই থাকিব
🔥 High Accuracy কিছু Setup আপোনালোকে ফ্ৰী অফ কষ্ট Daily পাই যাব
💡 যিবিলাক আমি আপোনালোকৰ লগত Share কৰোঁ, সেইবোৰৰ পৰা আপুনি বহুত কিছু শিকিব পাৰিব
⏳ যদি আপোনাৰ ওচৰত Time আছে আৰু আপুনি Time দিব পাৰে —
তেন্তে এই Groupৰ পৰা আপুনি Freeতে বহুত Knowledge ল’ব পাৰিব
📚 একদম New হলেও Problem নাই —
মাত্ৰ ২ দিন মান Time দিলে আপুনি নিজেই বুজি যাব আৰম্ভ কৰিব পাৰিব
━━━━━━━━━━━━━━━
🎯 কিন্তু যেই ভাবিছে এক দুই দিনত শিকি যাম সেইয়া সম্ভৱ নহয়।
👉 ইয়াতে আমি ট্রেডিং ৰ process, mindset , psychology আদি বোৰ বুজাব চেষ্টা কৰোঁ
🧿 লগতে ট্ৰেড কেতিয়া কত লোৱা হয়, কিয় লোৱা হয়, সেইখিনি আমি বুজাব চেষ্টা কৰোঁ ।
Time olp lagibo. Kintu valkoi bujibo paribo.
Class r dore noy baru but bhut important experience dia hoi. Jibur apuni gutaboloi 2/3 years lagi jabo pare
━━━━━━━━━━━━━━━
❗ পুনৰ কৈছোঁ —
দুদিনত ধনী হোৱাৰ সপোন কিন্তু নেদেখিব ।
📊 আমি যিবিলাক Daily Level Share কৰোঁ,
সেইবোৰৰ পৰা আপুনি শিকি যাব পাৰে
📺 আমাৰ Live Session আৰু YouTube Video চাইও আপুনি Freeতে বহুত কিছু শিকিব পাৰিব
━━━━━━━━━━━━━━━
⚠️ বহুত মানুহে শিকিবলৈ বেয়া পায়। …
কিন্তু Marketত big Loss কৰি দিয়ে 😓
আৰু একো শিকিব নোৱাৰে
━━━━━━━━━━━━━━━
Any queries - please message me @pritom93
DAILY ENJOY TU FULL HOI ASE . 😄🧿🧿
KUNE KI PALE ENEI OKP JONABO NIKI .. screen shot tuke diok
@pritom93
Analysis kene lagise kobo. 🙏🙏🏆
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
