E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 788
مشترکین
-1024 ساعت
-397 روز
-12230 روز
آرشیو پست ها
📈 সফল ট্ৰেডাৰৰ চিন্তা-ধাৰা আৰু নিয়ম
যিসকল সদস্য আগৰে পৰা আমাৰ লগত আছে আৰু যিসকল নতুনকৈ জইন কৰিছে, সকলোকে এটা গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰোঁ।
❌ যদি আপুনি এতিয়াও...
Premium Group বিচাৰি ফুৰিছে,
Call Tips লৈ সহজে Profit কৰিব বিচাৰে,
"কোনটো Buy? কোনটো Sell?" এইটোৱেই বিচাৰি থাকে,
তেন্তে ট্ৰেডিঙৰ পৰা স্থায়ীভাৱে Income কৰাটো কঠিন হ'ব।
কাৰণ ট্ৰেডিংত সফলতা Call বা Tips-ত নহয়, Skill, Discipline আৰু Psychology-ত থাকে।
✅ আমি কি শিকাবলৈ চেষ্টা কৰোঁ?
আমি সদায় চেষ্টা কৰোঁ যাতে আপুনি বুজি পায়—
Rules কেনেকৈ Follow কৰিব লাগে
Setup কেনেকৈ Wait কৰিব লাগে
Entry আৰু Exit কেনেকৈ Plan কৰিব লাগে
Risk কেনেকৈ Control কৰিব লাগে
Loss আৰু Profit দুয়োটাক কেনেকৈ Handle কৰিব লাগে
🎯 এজন Professional Trader ৰ বৈশিষ্ট্য
✔️ দিনটোত ২০-৩০ টা Trade নলয়।
✔️ ১টা, ২টা বা Maximum ৩টা High-Quality Setup ৰ বাবে Wait কৰে।
✔️ Candle ডাঙৰ নে সৰু, সেইটোত গুৰুত্ব নিদিয়ে।
✔️ নিজৰ Strategy, Logic আৰু Area Follow কৰে।
✔️ Setup সম্পূৰ্ণ নহ'লে Trade লোৱা নাই।
✔️ Setup মিলিলে নিৰ্ভয়ে Trade লয়।
🛑 Stop Loss আৰু Target ৰ প্ৰতি সন্মান
বেছিভাগ Trader ৰ সমস্যা হৈছে—
সৰু Profit তেই Exit কৰে।
ডাঙৰ Loss Hold কৰি থাকে।
কিন্তু Professional Trader এ এনেকুৱা নকৰে।
তেওঁলোকে—
Stop Loss থাকিলে Stop Loss মানে।
Target থাকিলে Target লৈ Wait কৰে।
Emotion ৰে নহয়, Rule ৰে Trade কৰে।
⚠️ প্ৰতিটো Candle ত Trade বিচাৰিলে Profit নাহে
যিসকলে প্ৰতিটো Candle ত Buy-Sell বিচাৰি থাকে, তেওঁলোকে Market ক Casino বনাই পেলায়।
Market ত Money বনাবলৈ হলে— Patience > Excitement
এই সত্যটো মানিবই লাগিব।
💎 Free ত পোৱা জ্ঞানৰ মূল্য বুজক
মই ইয়াত যিবিলাক Concept, Logic, Level আৰু Planning Share কৰোঁ—
এই একেই বিষয় বহু জেগাত ₹18,000 – ₹25,000 বা তাতকৈ অধিক মূল্যৰ Course ত শিকোৱা হয়।
কিন্তু Free পালে বহুতে গুৰুত্ব নিদিয়ে।
জ্ঞানৰ মূল্য বুজক, Practice কৰক, আৰু নিজে Analyze কৰিবলৈ শিকক।
📊 Level Share কৰাৰ মূল উদ্দেশ্য কি?
মই Level Share কৰোঁ কেৱল Entry দিবলৈ নহয়।
মই Share কৰোঁ যাতে—
আপুনি Market Planning বুজে,
Key Area চিনাক্ত কৰিব পাৰে,
Entry ৰ Logic বুজে,
Risk Management শিকে,
নিজে Analysis কৰিবলৈ সক্ষম হয়।
📉 Loss Trading ৰ এটা অংশ
কালি আমাৰ এই মাহটোৰ প্ৰথম Loss Day আছিল।
৩ টা Trade
৩ টাই Stop Loss Hit
কিন্তু আমি Panic কৰা নাই। আমাৰ Rules সলনি কৰা নাই। Revenge Trading কৰা নাই।
📈 আজি কি কৰিলোঁ?
আজি আমি মাত্ৰ ১ টা Setup পালোঁ।
সেই Trade ত প্ৰায় 1:1.67 Risk-Reward Profit লাভ কৰিলোঁ।
তাৰ পিছত আমি Trading Close কৰিলোঁ।
কাৰণ—
✔️ আমাৰ Daily Goal সম্পূৰ্ণ হৈছিল। ✔️ Rules Follow হৈছিল। ✔️ Overtrade কৰাৰ প্ৰয়োজন নাছিল।
আমি কেতিয়াও কালিৰ Loss জোৰকৈ Recover কৰিবলৈ চেষ্টা কৰা নাই।
🔥 মনত ৰাখিব
Successful Trader সেইজন নহয় যিজনে প্ৰতিদিন Profit কৰে।
Successful Trader সেইজন যিজনে প্ৰতিদিন নিজৰ Rules Follow কৰে।
Profit আৰু Loss দুয়োটাই Game ৰ অংশ।
কিন্তু Discipline, Patience আৰু Consistency — এই তিনিটাই এজন Trader ক দীঘলীয়া সময়ত সফল কৰে।
👨🎓 নতুন সদস্যসকলৰ বাবে
যিসকলে নতুনকৈ জইন কৰিছে, অনুগ্ৰহ কৰি ২-৩ দিন ধৈৰ্য্য ধৰি গ্ৰুপটো Observe কৰক।
আগৰ Message বোৰ পঢ়ক
Shared Level বোৰ চাওক
Analysis বোৰ বুজিবলৈ চেষ্টা কৰক
Trade ৰ পিছৰ Logic বোৰ শিকিবলৈ চেষ্টা কৰক
তাৰ পিছত আপুনি নিজেই বুজি পাব— ইয়াত Call Sell কৰা নহয়, Trader বনোৱা হয়। 🚀📈
Still no trade ... Sai asu market..
Wait koribo lage nijor setup tule
اکنون در دسترس! پژوهش تلگرام ۲۰۲۵ — مهمترین بینشهای سال 
