E-Learn ( STOCK MARKET KNOWLEDGE )
رفتن به کانال در Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
نمایش بیشتر6 328
مشترکین
-424 ساعت
-277 روز
-12330 روز
آرشیو پست ها
Hello traders,✅
আজি হৈ গ'ল Nifty expiry.📌
Nifty expiry দিনাখন premiumৰ movementবিলাক আন দিনতকৈ বেছি হৈ যায়
👉 So বহুত এনেকুৱা trader থাকে, যিবিলাকৰ সবছে highest loss আৰু highest profit expiry দিনতে হয়।
কিন্তু profit যদি এদিন হয়, loss দহ দিন হোৱা দেখা যায়।
✅ ইয়াৰ কেইটামান প্ৰধান কাৰণৰ ভিতৰত কোন প্ৰথমতে পৰে—অতি বেছি লোভত পৰে, আগৰ হৈ থকা lossক recover কৰিবৰ বাবে zero hero নতুবা তেনে ধৰণৰ trade বিচৰা।
✅ তাৰ পিছত পৰে কোনো ধৰণৰ discipline আৰু risk management মানি নচলি অকল আজিৰ দিনটোৰ বাবে wait কৰা।
এইকেইটা বস্তু আপোনালোকে avoid কৰি চলিব, otherwise আপোনালোকৰ loss কেতিয়াও recover নহ'বগৈ।
🔖 Tradingটো দেখিবলৈ সহজ যদিও Instagramৰ reelsত দেখুৱাৰ দৰে ইমান সহজ কেতিয়াও নহয়। ইয়াৰ বাবে আপোনালোকে কঠোৰ discipline মানি চলিব পৰাকৈ এটা mindset লাগিব, proper risk management follow কৰিব পৰাকৈ আপুনি সাজু থাকিব লাগিব আৰু তাতোতকৈ ডাঙৰ কথা risk managementৰ conceptটো clearকৈ তাৰ আগতে আপুনি কিন্তু বুজি পোৱাটো বহুত বেছি জৰুৰী।
🔰 বৰ্তমান মাৰ্কেটত বহুত strong selling হৈ আছে। কোনো এটা ভাল clear direction নিদিয়ালৈকে সহজে trade নল'ব।
♻️ ভাল জাগাত যেতিয়ালৈকে entry নাপায়, পটককৈ trade নল'ব। আৰু যদি trade লৈছে তেনেহ'লে অকল profitেই পাম বুলি ভাবি নল'ব। এটা নিৰ্দিষ্ট riskত risk ল'ব আৰু সেই অনুপাতে trade ল'ব।
loss হ'লে lossত close কৰিবলে শিকক, profit হ'লে profitত close কৰিবলে শিকক।
⚜️ Tradingত ইমান সহজেকৈয়ো ধনী হোৱা নহয় আচলতে। ইয়াত বহুত কষ্ট সোমাই থাকে, কিন্তু এই mental কষ্টখিনি আচলতে কোনেও দেখিহে নাপায়।
♾️ Discipline মানি চলি trade কৰক, পইচা আহিবই।
By the way, আমি বহি আছোঁ। যদি কিবা ভাল setup পাওঁ definitely আপোনালোকে share কৰিম, আপোনালোকে চাব পাৰিব।
এতিয়া আমিও কৰি আছোঁ wait, আমাৰ নিজৰ setupটো বনালৈকে ।✅✅
NIFTY SIDEWAYS NOW
PROPER DIRECTION CLEAR NOKORALOIKE NO ENTRY
