Assam Gyankosh
🌟 অসম চৰকাৰৰ আহি থকা ADRE 2.0 ৰ বাবে সকলো ধৰণৰ MCQ, Pdf পাবলৈ আমাৰ Telegram Join কৰিব 🌟 📚 লগতে প্ৰতি সপ্তাহত Current affairs পাই থাকিব📚 ✨ লগতে গুৰুত্বপূৰ্ণ তথ্য সমূহ দিয়া হয় ✨ 🔥 Since:- 14 Sep, 2021
نمایش بیشتر26 589
مشترکین
اطلاعاتی وجود ندارد24 ساعت
+567 روز
+10930 روز
- مشترکین
- پوشش پست
- ER - نسبت تعامل
در حال بارگیری داده...
معدل نمو المشتركين
در حال بارگیری داده...
5_6228613580418190825.pdf
5_6228613580418190825.pdf1.45 MB
❤ 27👍 9❤🔥 8👏 6
Q. What is the name of the first missile which is developed by DRDO?
✅ DRDO ই বিকশিত কৰা ভাৰতৰ প্ৰথমটো মিচাইলৰ নাম কি?Anonymous voting
- Agni (অগ্নি)
- Prithvi (পৃথ্বী)
- Naag (নাগ)
- Prahaar (প্ৰহাৰ)
👍 15❤ 6🫡 4😢 3🔥 2
Which of the following is a famous Jain temple?
✨ তলৰ কোনটো এটা বিখ্যাত জৈন মন্দিৰ?Anonymous voting
- Meenakshi temple
- Dilwara temple
- Konark sun temple
- Jagannath temple
👍 6😢 3
Q. Which of the following hill station is called ' Mini Switzerland of India '?
📚 তলৰ কোনটো পাহাৰীয়া ষ্টেচনক ভাৰতৰ সৰু চুইজাৰলেণ্ড আখ্যা দিয়া হয়?Anonymous voting
- Shimla
- Manali
- Khajjiar
- None of these
👍 9😢 6❤ 1🔥 1
Q. Who is the author of the book "Changing India"?
📗"Changing India" নামৰ কিতাপখনৰ লেখক কোন?Anonymous voting
- 🌸Manmohan Singh
- 🌸APJ Abdul Kalam
- 🌸Shashi Tharoor
- 🌸Narendra Modi
👍 29❤ 7👏 2😢 2🫡 2
Q. Which gas is used for the preparation of soda water?
📗 চ'ডা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়?Anonymous voting
- 🤜কাৰ্বন ডাই অক্সাইড
- 🤜নাইট্ৰ'জেন অক্সাইড
- 🤜অক্সিজেন
- 🤜হাইড্ৰ'জেন
👍 8😢 6🔥 3👏 2
Q. The festival 'Anthurium' is celebrated in --
📗 'এন্থুৰিয়াম ' উৎসৱ ক'ত উদযাপন কৰা হয়?Anonymous voting
- 🌸মিজোৰাম
- 🌸মণিপুৰ
- 🌸অসম
- 🌸নাগালেণ্ড
👍 8❤ 4😢 3👏 2
Q. Which community of Assam celebrate the "Tora chira" festival?
📗অসমৰ কোন সম্প্ৰদায়ে "তৰা চিৰা" উৎসৱ উদযাপন কৰে?Anonymous voting
- ⭐দেউৰী
- ⭐ ঠেঙাল কছাৰী
- ⭐ৰাভা
- ⭐কাৰ্বি
👍 12😢 4
Q. Who has won the title of "Women's FIFA world cup 2023"?
📗"মহিলা ফিফা বিশ্বকাপ ২০২৩" ৰ খিতাপ কোনে জিকিছে?Anonymous voting
- 💥স্পেইন
- 💥ব্ৰাজিল
- 💥ভাৰত
- 💥ইংলেণ্ড
👍 15👏 3
Q. Which planet is called the yellow planet?
📗 হালধীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়?Anonymous voting
- 🍁 ইউৰেনাছ
- 🍁 বুধ
- 🍁 শুক্ৰ
- 🍁 পৃথিৱী
❤ 10👍 3😢 1