Assam Grade 3 & 4 General Knowledge , Assam quiz Assam history Question and Answer Assamese
رفتن به کانال در Telegram
All types of general knowledge Irrigation General Knowledge, Assam TET 2021
نمایش بیشتر6 774
مشترکین
اطلاعاتی وجود ندارد24 ساعت
-87 روز
-3130 روز
آرشیو پست ها
Who is the author of the book “Fearless Governance”?
চৰিত্ৰবান মানুহ পবিত্র জলৰ নিচিনা, সিহঁত নিজেও পবিত্ৰ আৰু আনকো পবিত্ৰ কৰে ।
Good Night 🌄
https://t.me/boost/AssamGeneralKnowledge
What is the capital of Uttarakhand?
উত্তৰাখণ্ডৰ ৰাজধানী কি?
Through which country does the equator pass?
বিষুৱ ৰেখা কোন খন দেশৰ মাজেৰে পাৰ হয়?
Which Planet looks reddish in the night sky?
কোনটো গ্ৰহ ৰাতিৰ আকাশত ৰঙা দেখায়?
Q. For which sport was T. Ao the captain of Indian team ? (ADRE grade iii Paper iv 2024)
Q. In which sport did Monalisa Baruah (Mehta) and Tridib Duarah represent Assam ? (Grade iii Paper iv 2024)
Who is the Director of the movie “Village Rockstars” ? (ADRE grade iii Paper iv 2024)
Computer Related Questions ⁉️
1. কাক কম্পিউটাৰৰ পিতৃ বুলি কোৱা হয়?
উত্তৰঃ কম্পিউটাৰৰ পিতৃ বুলি চাৰ্লচ বেবেজক কোৱা হয়। চাৰ্লছ বেবেজে ১৮২২ চনত কম্পিউটাৰ উদ্ভাৱন কৰিছিল। চাৰ্লছ বেবেজে প্ৰথমে আৱিষ্কাৰ কৰা কম্পিউটাৰটোক "ডিফাৰেন্সিয়েল ইঞ্জিন" বুলি কোৱা হয়।
2. কম্পিউটাৰ এটাৰ মগজুক কি বুলি কোৱা হয়?
উত্তৰঃ কম্পিউটাৰটোৰ মগজুক চিপিইউ (CPU) বুলি কোৱা হয়।
3.ভাৰতৰ প্ৰথম কম্পিউটাৰটো ক'ত স্থাপন কৰা হৈছিল?
উত্তৰঃ ভাৰতৰ প্ৰথম কম্পিউটাৰটো ভাৰতীয় পৰিসাংখ্যিক প্ৰতিষ্ঠান, কলিকতাত স্থাপন কৰা হৈছিল।
4. কম্পিউটাৰ সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ কম্পিউটাৰ সাক্ষৰতা দিৱস ২ ডিচেম্বৰত পালন কৰা হয়।
5. কোনখন দেশক পৃথিৱীৰ আটাইতকৈ কম্পিউটাৰ যুক্ত দেশ বুলি গণ্য কৰা হয়?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ আটাইতকৈ কম্পিউটাৰ যুক্ত দেশ বুলি গণ্য কৰা হয়।
6. পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰঃ পৃথিৱীৰ প্ৰথম চুপাৰ কম্পিউটাৰ চি - ডিএচি-ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।
7. কম্পিউটাৰৰ ভিতৰলৈ যোৱা ডাটাক কি বুলি কোৱা হয়?
উত্তৰঃ কম্পিউটাৰলৈ যোৱা ডাটাক ইনপুট ডাটা বুলি কোৱা হয়।
8.BIOS ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ BIOS ৰ সম্পূৰ্ণ নাম হৈছে Basic Input/Output System। এই শব্দটো প্ৰকৃততে মৌলিক ইনপুট/আউটপুট প্ৰণালী (Basic Input/Output System) ৰ সংক্ষিপ্ত ৰূপ। ই বিল্ড-ইন ছফ্টৱেৰে নিৰ্ধাৰণ কৰে যে ডিস্কৰ অবিহনে প্ৰ'গ্ৰামটোত প্ৰৱেশ কৰি কম্পিউটাৰে কি কৰিব পাৰে। BIOS মুখ্য কাম হৈছে পিচিত অপাৰেটিং চিষ্টেম বুট কৰা।
9. দুটা প্ৰচলিত আউটপুট ডিভাইচ কি?
উত্তৰঃ দুটা প্ৰচলিত আউটপুট ডিভাইচ হৈছে মনিটৰ আৰু প্ৰিণ্টাৰ। লগতে অন্যান্য আউটপুট ডিভাইচ হৈছে প্লটাৰ, প্ৰজেক্টৰ, স্পীকাৰ আদি।
10.সকলো ধৰণৰ কম্পিউটাৰ সূচনা বা আউটপুট চাবলৈ কোনটো ডিভাইচ ব্যৱহাৰ কৰা হয়?
উত্তৰঃ সকলো কম্পিউটাৰ তথ্য আৰু আউটপুট চাবলৈ মনিটৰ ব্যৱহাৰ কৰা হয়।
11. আউটপুটৰ মাধ্যম কি?
উত্তৰঃ আউটপুটৰ মাধ্যম হৈছে প্ৰিণ্টাৰ।
12. CD ROM সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ CD ROM ৰ সম্পূৰ্ণ ৰূপ হৈছে Compact Disk Read Only Memory। ই গৌণ মেমৰীৰ এক উদাহৰণ।
13.কম্পিউটাৰ এটাত ৰেম (RAM)ৰ অৰ্থ কি?
উত্তৰঃ কম্পিউটাৰত RAM মানে ৰেণ্ডম একচেছ মেমৰি (Random Access Memory)। ই হৈছে কম্পিউটাৰটোৰ এক প্ৰকাৰৰ মেম'ৰী যাক randomly Access কৰা হয়। ইয়াৰ অৰ্থ হৈছে যে ই কম্পিউটাৰত কৰা কামবোৰ অস্থায়ী ভাৱে সংৰক্ষণ কৰে।
14. অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক কি বুলি কোৱা হয়?
উত্তৰঃ অত্যাধিক ডাটা সংৰক্ষণ কৰিব পৰা কম্পিউটাৰ হাৰ্ডৱেৰক চুম্বকীয় টেপ হাৰ্ড ডিস্ক বুলি কোৱা হয়।
15.কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে কাক গণনা কৰা নহয়?
উত্তৰঃ কম্পিউটাৰত মেমৰিৰ প্ৰকাৰ হিচাপে চাৰ্ভাৰ (Server)ক গণনা কৰা নহয়।
16. পেন ড্ৰাইভ কি?
উত্তৰঃ পেন ড্ৰাইভ হৈছে এক ইলেক্ট্ৰনিক মেম'ৰী। পেন ড্ৰাইভ হৈছে এক পোৰ্টেবল ইউনিভাৰ্চেল চিৰিয়েল বাছ (USB) ফ্লেছ মেম'ৰী ডিভাইচ যাৰ পৰা অডিঅ', ভিডিঅ' আৰু ডাটা ফাইলবোৰ কম্পিউটাৰৰ পৰা সঞ্চিত আৰু স্থানান্তৰ কৰা হয়।
17. কেচ্ছ মেম'ৰী কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃ মেম'ৰী আৰু প্ৰচেছৰৰ মাজৰ গতি প্ৰতিবন্ধকতা আঁতৰাবলৈ (Speed কৰিবলৈ) কম্পিউটাৰত কেচ্ছ মেম'ৰী ব্যৱহাৰ কৰা হয়।
18.কম্পিউটাৰটোৰ বিল্ট-ইন (Built In) মেমৰি কি?
উত্তৰঃ কম্পিউটাৰটোৰ বিল্ট-ইন মেমৰি ৰম হৈছে ৰম।
19.যেতিয়া ফাইল এটা সংৰক্ষণ (Save) কৰা হয় আৰু কম্পিউটাৰটো বন্ধ কৰা হয়, ডাটা কোন স্থানত থাকে?
উত্তৰঃ যেতিয়া ফাইল এটা সংৰক্ষণ কৰা হয় আৰু কম্পিউটাৰটো অফ কৰা হয়, গৌণ ষ্টোৰেজত (Secondary Storage) ডাটা সংৰক্ষণ হৈ থাকে।
20.WWW ৰ আৱিষ্কাৰক কোন?
উত্তৰঃ WWW ৰ আৱিষ্কাৰকসকল হৈছে টিম বাৰ্ণাৰছ লী (Tim Berners Lee) আৰু ৰবাৰ্ট কেলিয়াউ (Robert Cailliau )। তেওঁলোকে একেলগে ১৯৮৯ চনত WWW ৰ (ৱৰ্ল্ড ৱাইড ৱেব) উদ্ভাৱন কৰিছিল।
21.WWW ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ WWW ৰ সম্পূৰ্ণ নাম হৈছে Word Wide Web।
22.কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য কেনেদৰে জোখা হয়?
উত্তৰঃ কম্পিউটাৰত শব্দৰ দৈৰ্ঘ্য বাইটৰ দ্বাৰা জোখা হয়।
23.প্ৰগ্ৰাম বা নিৰ্দেশনা অন্তৰ্ভুক্ত কৰা কম্পিউটাৰ প্ৰণালীৰ অংশটোক কি কোৱা হয়?
উত্তৰঃ ছফ্টৱেৰ বুলি কোৱা হয়।
24.যেতিয়া কম্পিউটাৰএটাত দুটা প্ৰচেছৰ ইনষ্টল কৰা হয়, ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ যেতিয়া কম্পিউটাৰ এটাত দুটা প্ৰচেছৰ ইনষ্টল কৰা হয়, ইয়াক সমান্তৰাল প্ৰচেছিং বুলি কোৱা হয়।
25.কম্পিউটাৰ ভাইৰাছ কি?
উত্তৰঃ কম্পিউটাৰ ভাইৰাছ হৈছে কম্পিউটাৰ ধ্বংস কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এটা ছফ্টৱেৰ প্ৰ'গ্ৰাম। VIRUS ৰ সম্পূৰ্ণ নাম হৈছে Vital Information Resources Under Siege। ভাইৰাছ কম্পিউটাৰত সৰু প্ৰ'গ্ৰাম থাকে যি auto execute program কম্পিউটাৰত প্ৰৱেশ কৰি কম্পিউটাৰৰ কাৰ্যকলাপ প্ৰভাৱিত কৰে।
অসমৰ কাক কি বুলি জনা যায় ?
(১) জগতগুৰু : শ্ৰীমন্ত শংকৰদেৱ
(২) কলাগুৰু : বিষ্ণুপ্রসাদ ৰাভা
(৩) ৰূপকোঁৱৰ : জ্যোতিপ্ৰসাদ আগৰৱালা
(৪) গীতিকবি : পার্ৱতিপ্রসাদ বৰুৱা
(৫) নটসূর্য : ফণী শর্মা
(৬) কর্মবীৰ : নবীন চন্দ্র বৰদলৈ
(৭) দেশভক্ত : তৰুণৰাম ফুকন
(৮) দেশপ্রাণ : লক্ষ্মীধৰ শর্মা
(৯) লোকপ্ৰিয় : গোপীনাথ বৰদলৈ
(১০) দেশ হিতৈষী : বিমলা প্ৰসাদ চলিহা
(১১) পণ্ডিতপ্ৰবৰ : কৃষ্ণকান্ত সন্দিকৈ
(১২) অগ্নিকবি : কমলাকান্ত ভট্রাচার্য
(১৩) অতিন্দ্রীয়বাদী কবি : নলিনীবালা দেৱী
(১৪) উপন্যাস সম্রাট : ৰজনীকান্ত বৰদলৈ
(১৫) সাহিত্যৰথী : লক্ষ্মীনাথ বেজবৰুৱা
(১৬) ৰসৰাজ : লক্ষ্মীনাথ বেজবৰুৱা
(১৭) বকুলবনৰ কবি : আনন্দ চন্দ্র বৰুৱা
(১৮) জ্ঞানমালিনীৰ কবি : মফিজুদ্দিন আহমদ হাজৰিকা
(১৯) ধ্বনি কবি : বিনন্দ চন্দ্র বৰুৱা
(২০) পাপৰিৰ কবি: গণেশ চন্দ্র গগৈ
(২১) বিদ্রোহী কবি : প্রসন্নলাল চৌধুৰী
(২২) বিহগী কবি : ৰঘুনাথ চৌধাৰী
(২৩) পথাৰৰ কবি : ৰাম গগৈ
(২৪) বনফুলৰ কবি : যতীন্দ্রনাথ দুৱৰা
(২৫) শেৱালি কবি : ৰত্নকান্ত বৰকাকতি
(২৬) খৰিকাজাঁইৰ কবি : ভবানন্দ ৰাজখোৱা
(২৭) সুগন্ধি পখিলাৰ কবি : হীৰেন ভট্টাচাৰ্য
(২৮) ফুলনিৰ কবি : পদ্মধৰ চলিহা
(২৯) নিজৰাৰ কবি : শৈলধৰ ৰাজখোৱা
(৩০) বাগ্মীবৰ : নীলমণি ফুকন
(৩১) প্রতিমাৰ খনিকৰ : চন্দ্রকুমাৰ আগৰৱালা
(৩২) বনকোঁৱৰ : আনন্দিৰাম দাস
(৩৩) ভাঙনিকোঁৱৰ : আনন্দচন্দ্ৰ আগৰৱালা
(৩৪) লোকনায়ক : অমিয় কুমাৰ দাস
(৩৫) সুধাকণ্ঠ : ড° ভূপেন হাজৰিকা
(৩৬) ত্যাগবীৰ : হেমচন্দ্র বৰুৱা
(৩৭) অসম কেশৰী : অম্বিকাগিৰি ৰায়চৌধুৰী
(৩৮) কবিতা কোঁৱৰ : অম্বেশ্বৰ চেতিয়া ফুকন
(৩৯) জননায়ক : দেৱেশ্বৰ শর্মা
(৪০) ভাষাতত্ত্ববিদ : বাণীকান্ত কাকতি
(৪১) লুইত কোঁৱৰ : ৰুদ্ৰ বৰুৱা
(৪২) এণ্ডি খুৰা : ডাঃ নগেন দত্ত
(৪৩) মৌচাক মামা : শান্তনু তামূলী
(৪৪) সিংহপুৰুষ : ৰাধাগোবিন্দ বৰুৱা
(৪৫) সেউজ কোঁৱৰ : পৰাগধৰ চলিহা
(৪৬) দানবীৰ : ৰাধানাথ সন্দিকৈ
(৪৭) বীৰবালা : কনকলতা
(৪৮) অভিনয়াচার্য : ব্রজনাথ শর্মা
(৪৯) অসম গৌৰৱ : হেম বৰুৱা
(৫০) শোণিত কোঁৱৰ : গজেন বৰুৱা
(৫১) সৰস্বতী : নিৰ্মলপ্ৰভা বৰদলৈ
(৫২) ৰংমন : ৰবিন দে
(৫৩) হস্তী-কন্য : প্ৰতিমা পাণ্ডে বৰুৱা
(৫৪) নৃত্যাচাৰ্য : যতীন গোস্বামী
(৫৫) কথা শিল্পী : চৈয়দ আব্দুল মালিক
(৫৬) কলংপৰীয়া কবি : দেৱকান্ত বৰুৱা
(৫৭) নাট্য প্রভাকৰ : সত্যপ্রসাদ বৰুৱা
ADRE Grade 3 Set_A.pdf1.29 MB
ADRE -2024 পেপাৰ -৩
15/09/2024
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) Switzerland flag
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
৩৪) বৃত্ত:: জ্যামিতি :: কবিতা::?
অধ্যায়,গল্প , কিতাপ, ভাষা
৩৫) kanchipuram saree কোন ৰাজ্যৰ?
৩৬) what is the collective noun of dogs?
37. What is the collective noun of fish?
ADRE -2024 পেপাৰ -৩
15/09/2024
১) ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি?
২) শঙ্কৰদেৱৰ আইতাকৰ নাম কি আছিল?
৩) আটাইতকৈ পুৰণি বেদ খন কি?
৪) অলকানন্দা গীতৰ গীতিকাৰ কোন?
৫) ৰংবং তেৰাঙে ৰচনা কৰা কিতাপ খন?
৬) বাঁহেৰে সজা বাদ্য
৭) ৰাজ্য সভাৰ অধ্যক্ষ কোন?
৮) ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়?
৯) নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত?
১০) টোকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে?
১১) নীতি আয়োগৰ অধ্যক্ষ কোন?
১২) নয়নমনি শইকীয়া কি খেলৰ সৈতে জড়িত?
১৩) দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত?
১৪) আহোমৰ শেষ ৰাজধানী কি?
১৫) অসমে কোন দুখন দেশৰ সৈতে আন্তৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে?
১৬) গ্ৰীণ লেণ্ড কোনখন মহাদেশত আছে?
১৭) চেন্নাইৰ পৰা এখন বিমান গুৱাহাটী অভিমুখে আহি আছে। এই ক্ষেত্ৰত বিমান খন কোন দিশৰ অভিমুখে উৰিব?
১৮) ৰূপৰ ৰাসায়নিক সংকেত কি?
১৯) জালিয়ানৱালা বাগ ক'ত আছে?
২০) এণ্ডিজ পৰ্বত ক'ত আছে?
২১) বিষুৱ ৰেখা,মকৰক্ৰান্তি আৰু কৰ্কটক্ৰান্তি পাৰ হৈ যায় কোন ঠাইৰ মাজেৰে ?
২২) শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্টৰ ৰচক কোন?
২৩) ১ জানুৱাৰী ২০২৪ সাপেক্ষে ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন?
২৪) ১ জানুৱাৰী ২০২৪ সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন?
২৫) ৮০ৰ পৰা ১০০ ৰ ভিতৰত কিমান টা মৌলিক সংখ্যা আছে?
২৬) বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত?
২৭) Lion of Mysore নামেৰে কাক জনা যায়?
২৮) ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন
২৯) সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়?
৩০) ২য় বিশ্বযুদ্ধৰ সময়ত অক্ষবাহিনীত কোনখন দেশ আছিল?
৩১) ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে?
৩২) ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্য খন কি?
৩৩) আন্তৰ্জাতিক উৎসব Kullu dossera ক'ত অনুষ্ঠিত হয়?
৩৪) বৃত্ত:: জ্যামিতি :: কবিতা::?
অধ্যায়,গল্প , কিতাপ, ভাষা
৩৫) kanchipuram saree কোন ৰাজ্যৰ?
৩৬) what is the collective noun of dogs?
37. What is the collective noun of fish?
5_6251056777404617289.pdf9.24 KB
Q. Who won the first Olympic gold medal in an individual event for India?
প্ৰশ্ন : ভাৰতৰ হৈ ব্যক্তিগত ইভেণ্টত কোনে প্ৰথম অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল?
Who was the first Assamese to win the Sahitya akademi award?
(সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া কোন)
Hello Guy's tension নলব যিমান দূৰত Exam Centre পৰিছে ৰাস্তা দি যাওঁতে যাওঁতে পঢ়ি Syllabus complete কৰিব পাৰিম। 😁😁
My father’s brother is my ______.
What is the synonym of urban?
Bob gets up at 7.00 o’clock in the ______.
