E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 320
Suscriptores
+124 horas
-207 días
-11830 días
Archivo de publicaciones
BUY KNRCON @ 124-125.7
SL 119.80
TGT 133
✅ STOCK
DISCLAIMER : https://bit.ly/3Tcsfuc
🚨 Good Morning Traders! Market Update & Trading Psychology 📊
এজন সফল আৰু সফল ট্ৰেডাৰ কেতিয়াও মাৰ্কেট খোল খাইয়েই খৰখেদাকৈ ট্ৰেডত জাপ নিদিয়ে। বজাৰখন বুজি লোৱা আৰু ধৈৰ্য্য ধৰাটোৱেই ট্ৰেডিঙৰ প্ৰথম নিয়ম।
টেলিগ্ৰাম পৰিয়ালৰ সকলোৰে বাবে আজিৰ কেইটামান অতি গুৰুত্বপূৰ্ণ পইণ্ট:
Wait for Your Setup: মাৰ্কেট ওপেন হোৱাৰ লগে লগে Buy/Sell কৰাটো এজন ভাল ট্ৰেডাৰৰ লক্ষণ নহয়। প্ৰথমে মাৰ্কেটখন ভালদৰে Observe কৰক, নিজৰ Setup বনাৰ বাবে অপেক্ষা কৰক, তাৰ পিছতহে Trade Execute কৰক।
Capital Protection First: দিনটোৰ আৰম্ভণিতে "আজি বহুত টকা Profit কৰিম" বুলি ভাবি কেতিয়াও কাম নকৰিব। আজি Sensex Expiry বুলি অযথা হেপাহ নকৰিব। সদায় মনত ৰাখিব— প্ৰফিট কৰাতকৈ নিজৰ Capital Protect কৰি ৰখাটোহে প্ৰথম কাম।
Discipline & Consistency: ট্ৰেডিঙত আপুনি কিমান ডাঙৰ Profit কৰিলে সেয়া ডাঙৰ কথা নহয়; সকলোতকৈ ডাঙৰ কথাটো হ’ল আপুনি কিমান Discipline আৰু Consistency বজাই ৰাখি ট্ৰেড কৰিছে।
Avoid Random Moves: আজি Sensex Expiry হোৱা বাবে মাৰ্কেটত সঘনাই Movement আহিবই। কিন্তু যিকোনো অযথা বা খৰখেদা Movement দেখি FOMO (Fear Of Missing Out) হৈ ট্ৰেড নলব। কেৱল নিজৰ Rules আৰু Setup-অৰ ভিতৰত অহা Trade-তহে Focus কৰক।
Current Strategy:
এতিয়া আমাৰ প্ৰধান কাম হ'ল— Patience & Observation! মাৰ্কেটৰ Move বিলাক লক্ষ্য কৰক আৰু সঠিক Setup নহালৈকে অপেক্ষা কৰক। যেতিয়া নিজৰ Setup Confirm হ’ব, তেতিয়াহে Entry লোৱা হ’ব।
Happy & Safe Trading Day to All! 🚀📈
KALI MARKET T MOVEMENT VAL ASILE
SO AJI SLOW HBOU PARE
LOGOTE SENSEX R EXPIRY U ASE
1:6 RR 🤑🤑🤑✅✅✅
ENJOY MEMBERS
📌 REMEMBER PIN POINT ENTRY MEANING E LEARN 😉😉
