E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 297
Suscriptores
Sin datos24 horas
-257 días
-11630 días
Archivo de publicaciones
সকলোকে reply কৰা হল । কোনোবা যদি থাকি গৈছে এবাৰ আকৌ মেছেজ কৰি দিব
AJI ADMISSION LOISU AMI. NEXT WEEK CLASS START KORI DIM
পৰিস্থিতিয়ে অকণমান দেৰি কৰালে ।
Happy Sunday Traders! ☕🧘🧘
✅আজি মাৰ্কেট অফ, কিন্তু ট্ৰেডিং মাইণ্ডছেট অন ৰখাটো সদায় জৰুৰী।
📲 ট্ৰেডিং জগতখনত দীৰ্ঘদিন টিকি থাকিবলৈ আৰু সফল হ’বলৈ আমি কি ভাবোঁ আৰু বাস্তৱত আচলতে কি প্ৰয়োজন, তাৰ এটা সৰু Comparison:
❌ মানুহে কি ভাবে: এটা Best Setup / Strategy হ’লেই Profit হ’ব।
✅ বাস্তৱিক সত্য: Setup-তকৈয়ো Discipline (শৃঙ্খলবদ্ধতা) বেছি জৰুৰী।
❌ মানুহে কি ভাবে: ট্ৰেডিং কৰিবলৈ ডাঙৰ Capital লাগে।
✅ বাস্তৱিক সত্য: Capital-তকৈয়ো Consistency (ধাৰাবাহিকতা) বেছি জৰুৰী।
❌ মানুহে কি ভাবে: 90%–100% High Accuracy লাগে।
✅ বাস্তৱিক সত্য: Accuracy-তকৈয়ো Risk Management বেছি জৰুৰী।
❌ মানুহে কি ভাবে: Heavy Lot Size ল’লেহে ডাঙৰ Profit হ’ব।
✅ বাস্তৱিক সত্য: Lot Size বঢ়োৱাতকৈ Risk Control কৰি Account Safe ৰখাটোহে আচল খেল।
💡 : ট্ৰেডিং ৯০% মাইণ্ডছেট আৰু ১০% চাৰ্ট ৰিডিং!
আপোনাৰ ট্ৰেডিং যাত্ৰাত এইকেইটাৰ ভিতৰত আটাইতকৈ কঠিন কাম কোনটো যেন লাগে? Discipline ধৰি ৰখা নে Risk Control কৰা?
✅নিজৰ problem কেইটা বাছি উলিয়াই তাক লাহে লাহে নাইকিয়া কৰক । কাম ইমানেই । good luck
