es
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

Ir al canal en Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

Mostrar más
6 764
Suscriptores
-1024 horas
-317 días
-14630 días
Archivo de publicaciones
NIFTY / SENSEX T BOR ETA VAL MOVE NAPAM SAGE EMAN DANGOR GAP UP BA GAP DOWN HOLE BOR VAL MOVE TAR PASOT NATHAKE

TRENT 3850 CALL ABOVE 163 MOVE EXPECTED 🧿 My view only

GIFT NIFTY SAOK. 👆
GIFT NIFTY SAOK. 👆

BIG GAP UP OPENING NIFTY T 🧿

Have a great day 🌴🌴

GOOD MORNING TRADERS

Bullish Harami হ’ল এটা গুৰুত্বপূৰ্ণ 'Candlestick Pattern', যিটো সাধাৰণতে ডাউনট্ৰেণ্ডৰ (Downtrend) শেষত দেখা যায় আৰু ই বজাৰত সম্ভাৱ্য ৰিভাৰ্চেলৰ (Reversal) সংকেত দিয়ে। তলত ইয়াৰ বিষয়ে সবিশেষ দিয়া হ’ল: ### ১. Bullish Harami কি? "Harami" শব্দটো জাপানী ভাষাৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল "গৰ্ভৱতী" (Pregnant)। এই পেটাৰ্নটো দেখিবলৈ এগৰাকী গৰ্ভৱতী মহিলাৰ দৰে লাগে। ইয়াত দুটা কেণ্ডলষ্টিক থাকে: * প্ৰথম কেণ্ডল (First Candle): এটা ডাঙৰ ৰঙা (Bearish) কেণ্ডল। * দ্বিতীয় কেণ্ডল (Second Candle): এটা সৰু সেউজীয়া (Bullish) কেণ্ডল, যিটো সম্পূৰ্ণৰূপে প্ৰথম ৰঙা কেণ্ডলটোৰ বডীৰ (Body) ভিতৰত থাকে। ### ২. কেনেকৈ চিনি পাব? * বজাৰ আগৰ পৰাই **Downtrend**-ত থাকিব লাগিব। * lastor কেণ্ডলটো ডাঙৰ আৰু ৰঙা হ’ব লাগে। * দ্বিতীয় সেউজীয়া কেণ্ডলটোৰ সম্পূৰ্ণ বডীটো প্ৰথমটোৰ বডীৰ পৰিসৰৰ ভিতৰত থাকিব লাগিব। ### ৩. ইয়াৰ গুৰুত্ব (Psychology) এই পেটাৰ্নটোৱে বুজায় যে বিক্ৰেতাৰ (Sellers) শক্তি কমি আহিছে আৰু ক্ৰেতাসকলে (Buyers) বজাৰত প্ৰৱেশ কৰিছে। next Gap Up হয় আৰু মূল্য আগৰ candle r Low-ৰ ওপৰত থাকে,তেতিয়া বুজা যায় যে Bearish sentiment লাহে লাহে শেষ হৈছে। ### ৪. ট্ৰেডিং কেনেকৈ কৰিব? (Trading Strategy) * Entry: যেতিয়া পৰৱৰ্তী কেণ্ডলটোৱে (৩ নম্বৰ কেণ্ডল) এই পেটাৰ্নৰ High ব্ৰেক কৰে, তেতিয়া 'Buy' পজিচন ল’ব পাৰি। * Stop Loss: প্ৰথম ৰঙা কেণ্ডলটোৰ একেবাৰে নিম্নতম অংশত (Low) ষ্টপ লছ লগাব লাগে। * Confirmation: কেৱল এই পেটাৰ্নটো দেখি ট্ৰেড লোৱাতকৈ RSI বা কোনো Support লেভেল চেক কৰিলে অধিক লাভজনক হয়। ### সাৱধানতা: ট্ৰেডিং কৰাৰ আগতে সদায় Risk Management-ৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো পেটাৰ্ন ১০০% শুদ্ধ নহয়, সেয়েহে Confirmation-ৰ বাবে অপেক্ষা কৰাটো জৰুৰী।

Nifty 150+ POSITIVE T CLOSING ✅ ZERO HERO R BABE PERFECT ENTRY NAPALU. NHLE VABI ASILU.
Nifty 150+ POSITIVE T CLOSING ✅ ZERO HERO R BABE PERFECT ENTRY NAPALU. NHLE VABI ASILU.

SIDEWAYS NOW .. Perfect setup t nupualoike nolou haa. Wait korim
SIDEWAYS NOW .. Perfect setup t nupualoike nolou haa. Wait korim

Aji ZERO HERO TRADE ETA MARIM .. Adter a long time 🧿

Mensaje de voz00:52

Any queries please message me @pritom93

Important update🚨🚨🚨 SCAM SCAM SCAM SCAM ( ad/ SPONSOR ) Eibur add he age dei . Don’t invest. Full scam hoi . Facebook YouT
+1
Important update🚨🚨🚨 SCAM SCAM SCAM SCAM ( ad/ SPONSOR ) Eibur add he age dei . Don’t invest. Full scam hoi . Facebook YouTube t video sale je add ahe aji kali telegram tu ahe . Channel tur post burrbade eiburt gurutto nidibo . 🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨🚨

18 POINTS MARISE 14 POINTS BOOK🧿
18 POINTS MARISE 14 POINTS BOOK🧿

✅🧿 Enjoy 🔥✅

162

160

158