E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 290
Suscriptores
-524 horas
-207 días
-11030 días
Archivo de publicaciones
Hello Everyone! 👋
কি খবৰ আপোনালোকৰ?
মাৰ্কেট আজি Neutral অৱস্থাত Opening হৈছে। Opening অলপ Gap Up আছিল, কিন্তু প্ৰথম 5-minute Opening Candle যদি চাওঁ, তেনেহ'লে সেইটো এটা ডাঙৰ Doji Candle।
Doji কেতিয়া গঠিত হয়?
যেতিয়া মাৰ্কেটত Buyers আৰু Sellers প্ৰায় সমান শক্তিশালী থাকে, বা ক'ব পাৰি দুয়োপক্ষেই বিশেষ Interested নাথাকে, তেতিয়া Doji গঠন হয়।
বিশেষকৈ Dojiক Indecision Candle বুলি কোৱা হয়, কাৰণ এই Candle-এ মাৰ্কেটে Up যাব নে Down যাব সেই বিষয়ে স্পষ্ট Decision নিদিয়ে।
📌 যদি Dojiৰ High Break কৰি Sustain কৰে আৰু তাৰ পিছত Retest লয়, তেনেহ'লে মাৰ্কেট ওপৰলৈ যাব পাৰে বুলি ধৰা হয়।
📌 আনহাতে, যদি Low Break কৰি Sustain কৰে আৰু Retest লয়, তেনেহ'লে মাৰ্কেট তললৈ যাব পাৰে বুলি ধৰা হয়।
কিন্তু যদি মাৰ্কেট Dojiৰ High আৰু Lowৰ মাজতেই থাকে, তেনেহ'লে বেছিভাগ ক্ষেত্ৰতে Sideways চলা দেখা যায়।
আজি Nifty Expiry।
সেয়েহে Premiumবোৰ যথেষ্ট সস্তা হৈ আছে। এনে দিনত Option Buying-ৰ সুবিধাও আছে, অসুবিধাও আছে। এই দুয়োটা কথা ভালদৰে বুজি ল'ব লাগিব।
✅ সুবিধা:
কম Premiumত Trade কৰিব পাৰি।
কম Capitalৰ পৰাও Trade ল'ব পাৰি।
Gamma Blast হোৱাৰ সম্ভাৱনা থাকে।
বিশেষকৈ Last Hourত Gamma Blast হ'লে Premium ৩ গুণ, ৪ গুণ, আনকি ৫ গুণ পৰ্যন্ত বৃদ্ধি হোৱা দেখা যায়।
❌ অসুবিধা: যদি মাৰ্কেটত Movement নাথাকে আৰু Sideways হৈ থাকে, তেনেহ'লে আপুনি সস্তা বুলি কিনা Premiumটো আৰু বেছি সস্তা হৈ যাব। মাৰ্কেট আপোনাৰ Opposite Directionলৈ নাযাওঁতেই কেৱল Time Decayৰ বাবেই Loss হ'ব পাৰে।
গতিকে Expiry Dayত তেতিয়াহে Trade কৰক যেতিয়া মাৰ্কেটত Movement আৰু Momentum দুয়োটাই স্পষ্টকৈ দেখা যায়। যদি এই দুয়োটা নাথাকে, তেনেহ'লে ধৈৰ্য্য ধৰি Wait কৰক।
যদি পিছতো Setup নাহে, তেনেহ'লে Avoid কৰাই Best।
বৰ্তমান মাৰ্কেট Sideways চলি আছে।
বিশেষ Momentum দেখা নাযায়।
Buyingৰো কোনো শক্তিশালী Candle নাই, Sellingৰো কোনো শক্তিশালী Candle নাই। অৰ্থাৎ Buyers আৰু Sellers দুয়োপক্ষেই এতিয়া Neutral।
সেয়ে এতিয়া আমি কি কৰিম?
Wait and Watch.
মনত ৰাখিব, আমি Retail Traders। কম Capital লৈ মাৰ্কেটত Profit কৰিব বিচাৰিলে সদায় ডাঙৰ Institutional Buyers আৰু Institutional Sellersৰ লগতহে যাব লাগিব।
নহ'লে তেওঁলোকেই আমাৰ Money লৈ যাব।
যেতিয়া ডাঙৰ Institutional Buyers বা Sellers Entry লয়, তেতিয়া কিছুমান Signals মাৰ্কেটত দেখা যায়। সেই Signals চিনাক্ত কৰি তেওঁলোকৰ লগত Trade ল'ব পাৰিলে Profit কৰাৰ সম্ভাৱনা বহুত বাঢ়ি যায়।
অৱশ্যে মাৰ্কেটত কোনো কথা ১০০% নিশ্চিত নহয়। কেতিয়াবা ভুল হ'বও পাৰে। কিন্তু সঠিক Probabilityৰ লগত Trade কৰিলে দীঘলীয়া সময়ত ভাল ফলাফল পোৱাৰ সম্ভাৱনা বহুত বেছি।
এতিয়াৰ বাবে আমাৰ কাম একেটাই — Wait and Watch. ⏳
24480 R USOR LOIKE JABO PARE .
Pulback t long trade r planing val hbo
Jodi reverse hoi najai .
Short planing strong reverse r pasot he plan hbo . Taku pullback t pale ..
Traders.... As per sebi quterly settlement .. trading account r pora fund bur bank account t ahi goise 4 tarikhe.
So kaile morning trade korim vabile rr deposit mari lobo ..
Nhle trade tu bonise buli entry marutehe gom pabo.
✅
Message bohut ahi ase. Moi olp derike reply dim dei. Bea napabo
Repost from E - LEARN CRYPTO
Enjoy.. full tp hit in btc ..
.☺️ 🧿🧿🤘🙏
Use COIN DCX for safe trading
🧿🧿🙏
Open account in coin dcx : https://invite.coindcx.com/31935109
যদি আগত খোলা আছে এইখন ফিল আপ কৰি দিব : https://forms.gle/FJRxv5s7YRNQmJwp9
Coin dcx t trade kenrkoi kore : https://youtu.be/cbjDsYkOfQw
Leverage and capital kimn lbo lage : https://youtu.be/3T-PUT6MWLY?si=pHUROXSz01HzJsUk
✅ GOV REGISTERED PLATFORM .
✅ NO 30% CRYPTO TAX
✅ 20% TRADING FEES T DISCOUNT
✅ UPI DEPOSIT AND FAST BANK WITHDRAW
