E-Learn ( STOCK MARKET KNOWLEDGE )
Ir al canal en Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
Mostrar más6 297
Suscriptores
-324 horas
-227 días
-10730 días
Archivo de publicaciones
Nifty r condition bortoman trade r babe ekdm bea hoi ase..
Kindly wait koribo. Kisudin okk
📢 ইনষ্টাগ্ৰাম ক্ৰিয়েটৰসকলৰ বাবে 🚀
📌 আপোনালোকৰ কাৰণে এটা ব্ৰাটাৰ কলাবৰেচন (Barter Collaboration) অপৰচুনিটি আহিছে।
📋 অৰ্হতা (Eligibility):
📲 👥 ফলোৱাৰ্ছ: যি সকলৰ ১৫০০-২০০০ৰ ওপৰত ফলোৱাৰ্ছ আছে।
* 🎥 কন্টেন্ট: লৰা হওক বা ছোৱালী হওক, যি নিজৰ ৰিলচ নিজে বনায়।
* 🎯 প্লাটফৰ্ম: কেৱল ডেডিকেটেড ইনষ্টাগ্ৰাম ক্ৰিয়েটৰৰ বাবে।
🎁 সুবিধা আৰু বিৱৰণ:
* 🤝 ব্ৰেণ্ডৰ সৈতে কলাবৰেচন কৰাৰ সুযোগ।
ITC আতা
### 📩 কি কৰিব লাগিব?
1. যদি আপুনি এই চৰ্তবোৰ পূৰণ কৰে, তেনেহলে মোক এই আইডিটোত মেচেজ কৰিব।
2. আমি আপোনালোকৰ প্ৰফাইলটো চৰ্টলিষ্ট কৰি কোম্পানীলৈ পঠাম।
3. যদি চিলেক্ট হয়, তেনেহলে আপোনালোকক কলাবৰেচনৰ কাৰণে দিয়া হ'ব।
Message your Instagram id
Name and phone number
মেছেজ দিব 👉 @Elearnteam
Gap up opening..
Movement kom hbo pare
Kaile expiry u ase.
Without confirmation no trade
📢 *NIFTY 50 মার্কেট আপডেট (Nifty Market Update)**
HI ALL, 👋
মার্কেট মুভমেণ্ট সম্পৰ্কে কিছু জৰুৰী কথা:
* 📊 সম্পূৰ্ণ ছাইডৱেইজ মার্কেট (Sideways Market):
আজি ওপেনিং কেণ্ডেলৰ পিছতেই মার্কেট সম্পূৰ্ণৰূপে ছাইডৱেইজ মোডলৈ গুচি গৈছে। বৰ্তমানলৈকে নিফটিয়ে এটা নির্দিষ্ট ৰেঞ্জৰ ভিতৰতে মুভ কৰি আছে।
* ⚖️ বায়াৰ্ছ আৰু ছেলাৰ্ছৰ অনিশ্চয়তা:
বৰ্তমান এই ৰেঞ্জত ক্ৰেতা (Buyers) বা বিক্ৰেতা (Sellers) কাৰো বিশেষ আগ্ৰহ বা শক্তি দেখা পোৱা নাই।
* ⏳ ব্ৰেকআউট/ব্ৰেকডাউনৰ বাবে অপেক্ষা কৰক:
ধৈৰ্য্য ধৰি এই নিৰ্দিষ্ট জোনটো ওপৰলৈ (Breakout) বা তললৈ (Breakdown) ভঙালৈ অপেক্ষা কৰক। কনফাৰ্মেশ্চন পোৱাৰ পিছত ট্রেড বিচাৰিলে আমাৰ সফলতাৰ সম্ভাৱনা বহুত বেছি বৃদ্ধি পায়।
💡 নতুন ট্রেডাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ পৰামৰ্শ:
* ❌ হোপ ট্রেডিং (Hope Trading) পৰিহাৰ কৰক:
নতুন ট্রেডাৰসকলে প্ৰায়েই ৰাতিপুৱা লাভ কৰিমেই বুলি এটা আশা (Hope) লৈ আহে আৰু যিকোনো কেণ্ডেলতেই পজিচন ল'বলৈ আৰম্ভ কৰে। এইটো এটা ডাঙৰ ভুল।
* 📈 মার্কেটৰ গতি (Momentum) লক্ষ্য কৰক:
ট্রেড সদায় মার্কেটত সঠিক মুভমেণ্ট/মোমেণ্টাম থাকিলেহে ল'ব লাগে।
* 🏪 বজাৰৰ উদাহৰণ:
ভাৱকচোন, আপুনি এনেখন বজাৰলৈ গৈছে য'ত মানুহো নাই, বেপাৰীও নাই—তাত আপুনি বস্তু কিনি বা বিক্ৰী কৰি লাভ কৰিব নোৱাৰে, ওলোটাই লোকচানহে হ'ব। কিন্তু য'ত গ্ৰাহক আৰু বিক্ৰেতা প্ৰচুৰ পৰিমাণে থাকে, তাত দৰ-দাম কৰাৰ সুবিধা থাকে আৰু লাভ কৰাৰ সুযোগো বেছি থাকে। শেয়াৰ মার্কেটো ঠিক তেনেধৰণৰেই!
* 🚨 কেপিটেল ৰক্ষা কৰক (Protect Your Capital):
ছাইডৱেইজ মার্কেটত অপ্ৰয়োজনীয় ট্রেড লৈ নতুন ট্রেডাৰসকলে নিজৰ মূলধন (Capital) শেষ কৰি পেলায়। পৰিণামত, যেতিয়া পিছত সঁচাকৈয়ে এটা ধুনীয়া ছেটআপ বনে, তেতিয়া ট্রেড কৰিবলৈ তেওঁলোকৰ হাতত পইচাও নাথাকে আৰু মনত আত্মবিশ্বাসেও নাটানে।
⚠️ মনত ৰাখিব:
ছাইডৱেইজ মার্কেটে আপোনাক কেতিয়াও প্ৰফিট নিদিয়ে, ই কেৱল ষ্টপ-লছ (SL) হিট কৰায়। গতিকে কেয়াৰফুলি ট্রেড কৰক, ধৈৰ্য্য ধৰক আৰু ছাইডৱেইজ মার্কেটৰ পৰা আঁতৰত থাকক!
Have a safe trading session! 👍
From AUGUST , আমি again ভালকৈ কৰিম । আৰু Mentorship program টু আৰম্ভ কৰিম ।
বানপানী ৰ বাবে june মাহৰ এইকেইদিন কৰিব পৰা নহল
All remaining class যিমান আছিলে সকলো আৰম্ভ হব ।
📌 Kiba thakile message dibo @pritom93
Reply যদি পোৱা নাই, আমি দেওবাৰে সকলোকে দিম ।
