Assam Grade 3 & 4 General Knowledge , Assam quiz Assam history Question and Answer Assamese
Ir al canal en Telegram
All types of general knowledge Irrigation General Knowledge, Assam TET 2021
Mostrar más6 774
Suscriptores
Sin datos24 horas
-87 días
-3130 días
Archivo de publicaciones
Q. The Constitution of India was adopted on:
ভাৰতৰ সংবিধান গ্ৰহণ কৰা হয়
Q. Price discrimination is a feature of:
মূল্যৰ বৈষম্য হৈছে নিম্নোক্ত বিষয়সমূহৰ এটা বৈশিষ্ট্য:
Q. The scientist who explained about blood circulation for the first time was:
প্ৰথমবাৰৰ বাবে ৰক্ত সঞ্চালনৰ বিষয়ে বুজাই দিয়া বিজ্ঞানীজন আছিল:
What is the theme of World Habitat Day 2024?
Recently, the government recognized several languages as classical languages. Which of the following is NOT among those granted classical language status?
Jatinga, famous for mass suicide of migratory birds is located in which the following district?
What is the traditional Assamese silk fabric known as?
তলৰ কোনখন অসমীয়া টিভি ধাৰাবাহিকে সৰ্বাধিক খণ্ড সম্প্ৰচাৰিত কৰি একপ্ৰকাৰে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে?
In which state is the newly constructed Bapu Tower located?
Which country won the first Asia Pacific Padel Cup?
Which Indian state became the first to establish a chapter of NITI Aayog’s Women Entrepreneurship Platform (WEP)?
১) 'জগত গুৰু' কোন?
উত্তৰ:- শংকৰদেৱ।
২) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ:- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত।
৩) শংকৰদেৱৰ জন্ম ক'ত হৈছিল?
উত্তৰ:- নগাঁও জিলাৰ বৰদোৱাত।
৪) শংকৰদেৱৰ পিতৃৰ নাম কি?
উত্তৰ:- কুসুম্বৰ ভূঞা।
৫) শংকৰদেৱৰ মাতৃৰ নাম কি?
উত্তৰ:- সত্যসন্ধ্যা দেৱী।
৬) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল?
উত্তৰ:- বুঢ়ীমাক খেৰশুতীয়ে।
৮) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল?
উত্তৰ:- মহেন্দ্ৰ কন্দলীৰ।
৯) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি?
উত্তৰ:- সূর্যৱতী।
১০) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি?
উত্তৰ:- কালিন্দী।
১১) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৫৬৮ খ্ৰীঃত।
১২) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল?
উত্তৰ:- কোচবিহাৰত।
১৩) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰ:- নৰনাৰায়ণৰ।
১৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল?
উত্তৰ:- বেলগুৰিত।
১৫) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয়?
উত্তৰ:- 'মণিকাঞ্চন সংযোগ'।
১৬) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই।
১৭) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি?
উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান'।
১৮) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান?
উত্তৰ:- ছয়।
১৯) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি?
উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মথন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'।
২০) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি?
উত্তৰ:- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়।
২১) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয়?
উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান'।
২২) 'ভকতিৰ চাৰিখুঁটি' কি কি?
উত্তৰ:- নাম, দেৱ, গুৰু আৰু ভকত।
২৩) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি?
উত্তৰ:- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
২৪) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি?
উত্তৰ:- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'।
২৫) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- 'ভক্তি-ৰত্নাকৰ'।
২৬) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে?
উত্তৰ:- ৯০ টা।
২৭) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল?
উত্তৰ:- শংকৰদেৱে।
২৮) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা।
উত্তৰ:- 'কীৰ্তন' আৰু 'গুণমালা'।
২৯) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি?
উত্তৰ:- 'কীৰ্তন'।
৩০) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি?
উত্তৰ:- ২৭ টা।
৩১) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল?
উত্তৰ:- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে।
৩২) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত?
উত্তৰ:- কুসুমমালা।
৩৪) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে?
উত্তৰ:- ৩৩৭ টা।
৩৫) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল?
উত্তৰ:- নৰনাৰায়ণৰ।
৩৬) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন?
উত্তৰ:- শংকৰদেৱ।
৩৭) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি?
উত্তৰ:- 'চিহ্ন-যাত্রা'।
৩৮) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল?
উত্তৰ:- 'চিহ্ন-যাত্রা'।
৩৯) অঙ্কীয়া নাটৰ ভাষা কি?
উত্তৰ:- ব্রজাৱলী।
৪০) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান?
উত্তৰ:- ছয়।
৪১) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি?
উত্তৰ:- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'।
৪২) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল?
উত্তৰ:- বেলগুৰিত।
৪৩) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি?
উত্তৰ:- ভাগৱত দশম স্কন্ধ।
৪৪) 'কেলিগোপাল' নাটৰ মূল কি?
উত্তৰ:- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'।
৪৫) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায়?
উত্তৰ:- 'ৰাসক্রীড়া'।
৪৬) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি?
উত্তৰ:- 'ৰুক্মিণীহৰণ'।
৪৭) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি?
উত্তৰ:- ভাগৱত পুৰাণ।
৪৮) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি?
উত্তৰ:- 'পাৰিজাত হৰণ'।
৪৯) 'পাৰিজাত হৰণ' নাটৰ মূল কি?
উত্তৰ:- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'।
৫০) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল?
উত্তৰ:- পাটবাউসীত।
৫১) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি?
উত্তৰ:- 'ৰামবিজয়'।
৫২) 'ৰামবিজয়' নাটৰ মূল কি?
উত্তৰ:- 'আদিকাণ্ড ৰামায়ণ'।
৫৩) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল?
উত্তৰ:- কোচবিহাৰত।
৫৪) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ?
উত্তৰ:- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা।
৫৫) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে?
উত্তৰ:- নৰনাৰায়ণ।
৫৬) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন?
উত্তৰ:- মাধৱদেৱ।
৫৭) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল?
উত্তৰ:- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।
What is the highest peak in Assam?
The Majuli Island, one of the largest river islands in the world, is located in the river:
Which of the following mountain ranges is located in Assam?
Who is the captain of the Indian team for the 9th edition of the ICC Women's T20 World Cup tournament in 2024?
2024 में ICC महिला T20 विश्व कप टूर्नामेंट के 9वें संस्करण के लिए भारतीय टीम की कप्तान कौन हैं?
Find the odd one out.
Which of the following Indian states forms Easternmost border of country?
নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই দেশৰ আটাইতকৈ পূব সীমা গঠন কৰে?
