ch
Feedback
Assam Grade 3 & 4 General Knowledge , Assam quiz Assam history Question and Answer Assamese

Assam Grade 3 & 4 General Knowledge , Assam quiz Assam history Question and Answer Assamese

前往频道在 Telegram

All types of general knowledge Irrigation General Knowledge, Assam TET 2021

显示更多
6 774
订阅者
无数据24 小时
-87 天
-3130 天

数据加载中...

标签云
无数据
有任何问题?请刷新页面或联系我们的客服
进出提及
---
---
---
---
---
---
吸引订阅者
四月 '25
四月 '250
在0个频道中
三月 '25
+60
在0个频道中
Get PRO
二月 '25
+36
在0个频道中
Get PRO
一月 '25
+93
在0个频道中
Get PRO
十二月 '24
+135
在0个频道中
Get PRO
十一月 '24
+124
在0个频道中
Get PRO
十月 '24
+251
在0个频道中
Get PRO
九月 '24
+655
在0个频道中
Get PRO
八月 '24
+609
在0个频道中
Get PRO
七月 '24
+1 056
在0个频道中
Get PRO
六月 '24
+694
在0个频道中
Get PRO
五月 '24
+523
在0个频道中
Get PRO
四月 '24
+452
在0个频道中
Get PRO
三月 '24
+576
在0个频道中
Get PRO
二月 '24
+566
在0个频道中
Get PRO
一月 '24
+509
在1个频道中
Get PRO
十二月 '23
+347
在1个频道中
Get PRO
十一月 '23
+87
在0个频道中
Get PRO
十月 '23
+99
在0个频道中
Get PRO
九月 '23
+550
在0个频道中
日期
订阅者增长
提及
频道
01 四月0
频道帖子
2
Q. The Constitution of India was adopted on: ভাৰতৰ সংবিধান গ্ৰহণ কৰা হয়
1 751
3
Q. Price discrimination is a feature of: মূল্যৰ বৈষম্য হৈছে নিম্নোক্ত বিষয়সমূহৰ এটা বৈশিষ্ট্য:
2 137
4
Q. The scientist who explained about blood circulation for the first time was: প্ৰথমবাৰৰ বাবে ৰক্ত সঞ্চালনৰ বিষয়ে বুজাই দিয়া বিজ্ঞানীজন আছিল:
2 629
5
What is the theme of World Habitat Day 2024?
3 049
6
Recently, the government recognized several languages as classical languages. Which of the following is NOT among those granted classical language status?
2 838
7
Jatinga, famous for mass suicide of migratory birds is located in which the following district?
2 673
8
What is the traditional Assamese silk fabric known as?
2 330
9
তলৰ কোনখন অসমীয়া টিভি ধাৰাবাহিকে সৰ্বাধিক খণ্ড সম্প্ৰচাৰিত কৰি একপ্ৰকাৰে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে?
2 280
10
In which state is the newly constructed Bapu Tower located?
2 452
11
Which country won the first Asia Pacific Padel Cup?
2 543
12
Which Indian state became the first to establish a chapter of NITI Aayog’s Women Entrepreneurship Platform (WEP)?
2 596
13
https://t.me/boost/AssamGeneralKnowledge
2 238
14
১) 'জগত গুৰু' কোন? উত্তৰ:- শংকৰদেৱ। ২) শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? উত্তৰ:- ১৪৪৯ খ্ৰীঃত, ১৩৭১ শকত। ৩) শংকৰদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ:- নগাঁও জিলাৰ বৰদোৱাত। ৪) শংকৰদেৱৰ পিতৃৰ নাম কি? উত্তৰ:- কুসুম্বৰ ভূঞা। ৫) শংকৰদেৱৰ মাতৃৰ নাম কি? উত্তৰ:- সত্যসন্ধ্যা দেৱী। ৬) শংকৰদেৱক কোনে ডাঙৰ-দীঘল কৰিছিল? উত্তৰ:- বুঢ়ীমাক খেৰশুতীয়ে। ৮) শংকৰদেৱে কাৰ টোলত শিক্ষা গ্ৰহণ কৰিছিল? উত্তৰ:- মহেন্দ্ৰ কন্দলীৰ। ৯) শংকৰদেৱৰ প্রথমা পত্নীৰ নাম কি? উত্তৰ:- সূর্যৱতী। ১০) শংকৰদেৱৰ দ্বিতীয়া পত্নীৰ নাম কি? উত্তৰ:- কালিন্দী। ১১) শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰ:- ১৫৬৮ খ্ৰীঃত। ১২) শংকৰদেৱৰ মৃত্যু কোন স্থানত হৈছিল? উত্তৰ:- কোচবিহাৰত। ১৩) শংকৰদেৱে কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? উত্তৰ:- নৰনাৰায়ণৰ। ১৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? উত্তৰ:- বেলগুৰিত। ১৫) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি আখ্যা দিয়া হয়? উত্তৰ:- 'মণিকাঞ্চন সংযোগ'। ১৬) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক 'মণিকাঞ্চন সংযোগ' বুলি কোনে অভিহিত কৰিছে? উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱাই। ১৭) শংকৰদেৱৰ প্রথম ৰচনা কি? নাইবা, শংকৰদেৱৰ প্রথম কাব্যখনৰ নাম কি? উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান'। ১৮) শংকৰদেৱৰ কাব্যৰ সংখ্যা কিমান? উত্তৰ:- ছয়। ১৯) শংকৰদেৱৰ কাব্য কেইখনৰ নাম কি কি? উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান', 'ৰুক্মিণীহৰণ কাব্য', 'বলিছলন', 'অমৃত মথন', 'অজামিল উপাখ্যান' আৰু 'কুৰুক্ষেত্ৰ'। ২০) 'হৰিশ্চন্দ্ৰ উপাখ্যান' কাব্যৰ মূল কি? উত্তৰ:- মার্কণ্ডেয় পুৰাণৰ ৭ম-৮ম অধ্যায়। ২১) শংকৰদেৱে কোনখন কাব্যৰ যোগেদি 'ভকতিৰ চাৰিখুঁটি' মাৰিছিল বুলি কোৱা হয়? উত্তৰ:- 'হৰিশ্চন্দ্র উপাখ্যান'। ২২) 'ভকতিৰ চাৰিখুঁটি' কি কি? উত্তৰ:- নাম, দেৱ, গুৰু আৰু ভকত। ২৩) 'ৰুক্মিণী হৰণ কাব্য'ৰ মূল কি? উত্তৰ:- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'। ২৪) শংকৰদেৱৰ ভক্তিতত্ত্ব প্রকাশক গ্ৰন্থ কেইখনৰ নাম কি কি? উত্তৰ:- 'ভক্তিপ্রদীপ', 'ভক্তি-ৰত্নাকৰ' (সংস্কৃত), 'নিমি-নৱসিদ্ধ সংবাদ' আৰু 'অনাদিপতন'। ২৫) শংকৰদেৱৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? উত্তৰ:- 'ভক্তি-ৰত্নাকৰ'। ২৬) শংকৰদেৱে মূল ভাগৱত দশম স্কন্ধৰ কিমানটা অধ্যায় অনুবাদ কৰিছে? উত্তৰ:- ৯০ টা। ২৭) 'উত্তৰাকাণ্ড' ৰামায়ণ কোনে ৰচনা কৰিছিল? উত্তৰ:- শংকৰদেৱে। ২৮) শংকৰদেৱৰ নাম-প্রসংগমূলক গ্ৰন্থ দুখনৰ নাম লিখা। উত্তৰ:- 'কীৰ্তন' আৰু 'গুণমালা'। ২৯) শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন কি? নাইবা, শংকৰদেৱৰ বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ কি? উত্তৰ:- 'কীৰ্তন'। ৩০) 'কীৰ্তন' কেইটা খণ্ডৰ সমষ্টি? উত্তৰ:- ২৭ টা। ৩১) কাৰ আজ্ঞানুসাৰে, কোনে 'কীৰ্তন' সংগ্ৰহ কৰিছিল? উত্তৰ:- মাধৱদেৱৰ আজ্ঞানুসাৰে, ৰামচৰণ ঠাকুৰে। ৩২) শংকৰদেৱৰ 'গুণমালা' কি ছন্দত ৰচিত? উত্তৰ:- কুসুমমালা। ৩৪) শংকৰদেৱৰ 'গুণমালা' গ্ৰন্থত কিমানটা পদ আছে? উত্তৰ:- ৩৩৭ টা। ৩৫) শংকৰদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত 'গুণমালা' পুথিখন ৰচনা কৰিছিল? উত্তৰ:- নৰনাৰায়ণৰ। ৩৬) অসমীয়া নাট্য সাহিত্যৰ জন্মদাতা কোন? উত্তৰ:- শংকৰদেৱ। ৩৭) শংকৰদেৱৰ প্রথম নাটখনৰ নাম কি? উত্তৰ:- 'চিহ্ন-যাত্রা'। ৩৮) শংকৰদেৱে কোনখন নাটত অভিনয় কৰিছিল? উত্তৰ:- 'চিহ্ন-যাত্রা'। ৩৯) অঙ্কীয়া নাটৰ ভাষা কি? উত্তৰ:- ব্রজাৱলী। ৪০) শংকৰদেৱৰ অঙ্কীয়া নাটৰ সংখ্যা কিমান? উত্তৰ:- ছয়। ৪১) শংকৰদেৱৰ অঙ্কীয়া নাট কেইখনৰ নাম কি কি? উত্তৰ:- 'পত্নী প্ৰসাদ', 'কালিয়-দমন', 'কেলিগোপাল', 'ৰুক্মিণী হৰণ', 'পাৰিজাত হৰণ' আৰু 'ৰামবিজয়'। ৪২) 'পত্নীপ্রসাদ' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ:- বেলগুৰিত। ৪৩) শংকৰদেৱৰ 'পত্নীপ্রসাদ' আৰু 'কালিয়-দমন' নাটৰ মূল কি? উত্তৰ:- ভাগৱত দশম স্কন্ধ। ৪৪) 'কেলিগোপাল' নাটৰ মূল কি? উত্তৰ:- ভাগৱত পুৰাণৰ 'ৰাসপঞ্চাধ্যায়'। ৪৫) 'কেলি গোপাল' নাটখন আৰু কি নামেৰে জনা যায়? উত্তৰ:- 'ৰাসক্রীড়া'। ৪৬) শংকৰদেৱ ৰচিত সৰ্ববৃহৎ নাটখনৰ নাম কি? উত্তৰ:- 'ৰুক্মিণীহৰণ'। ৪৭) 'ৰুক্মিণী হৰণ' নাটৰ মূল কি? উত্তৰ:- ভাগৱত পুৰাণ। ৪৮) শংকৰদেৱৰ শ্ৰেষ্ঠ নাটখনৰ নাম কি? উত্তৰ:- 'পাৰিজাত হৰণ'। ৪৯) 'পাৰিজাত হৰণ' নাটৰ মূল কি? উত্তৰ:- 'হৰিবংশ' আৰু 'ভাগৱত পুৰাণ'। ৫০) 'কালিয়-দমন', 'কেলি গোপাল', 'ৰুক্মিণীহৰণ' আৰু 'পাৰিজাত হৰণ' এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ:- পাটবাউসীত। ৫১) শংকৰদেৱৰ শেষ নাটখনৰ নাম কি? নাইবা, শংকৰদেৱৰ শেষ ৰচনা কি? উত্তৰ:- 'ৰামবিজয়'। ৫২) 'ৰামবিজয়' নাটৰ মূল কি? উত্তৰ:- 'আদিকাণ্ড ৰামায়ণ'। ৫৩) 'ৰামবিজয়' নাটখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল? উত্তৰ:- কোচবিহাৰত। ৫৪) শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ? উত্তৰ:- তিনি প্ৰকাৰৰ- নাট ভটিমা, দেৱ ভটিমা আৰু ৰাজ ভটিমা। ৫৫) শংকৰদেৱে কোনজন ৰজাৰ গুণানুকীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে? উত্তৰ:- নৰনাৰায়ণ। ৫৬) 'গুৰু ভটিমা'ৰ প্রৱর্তক কোন? উত্তৰ:- মাধৱদেৱ। ৫৭) শংকৰদেৱে প্ৰথম বৰগীতটি ক'ত আৰু কেতিয়া ৰচনা কৰিছিল? উত্তৰ:- প্ৰথমবাৰ তীৰ্থভ্রমণ কৰিবলৈ যাওঁতে বদৰিকাশ্রমত, ১৪৯০ খ্ৰীষ্টাব্দমানত।
2 360
15
What is the highest peak in Assam?
2 018
16
The Majuli Island, one of the largest river islands in the world, is located in the river:
2 455
17
Which of the following mountain ranges is located in Assam?
2 423
18
Who is the captain of the Indian team for the 9th edition of the ICC Women's T20 World Cup tournament in 2024? 2024 में ICC महिला T20 विश्व कप टूर्नामेंट के 9वें संस्करण के लिए भारतीय टीम की कप्तान कौन हैं?
241
19
Find the odd one out.
2 439
20
Which of the following Indian states forms Easternmost border of country? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই দেশৰ আটাইতকৈ পূব সীমা গঠন কৰে?
2 386
Assam Grade 3 & 4 General Knowledge , Assam quiz Assam history Question and Answer Assamese - Telegram 频道 @assamgeneralknowledge 的统计与分析