ar
Feedback

لا تقع ضحية للمخادعين! تيليمتريو يكتشف ويُميّز هذه القنوات 👉 إذا كنت تريد رؤية العلامة، اشترك

E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

الذهاب إلى القناة على Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

إظهار المزيد
6 220
المشتركون
لا توجد بيانات24 ساعات
-207 أيام
-10030 أيام
أرشيف المشاركات
Opening dile red candle dalot. Tar pasot 3 dal candle consolidation korile. And again big red candle So premium t trend line break t eta horu pull back t entry eta loisilu ..

NIFTY
NIFTY

HAVE A GREAT DAY

GOOD MORNING TRADERS

✅👉 চাই থাকিলেও বুজাত দেৰি হয়, কিন্তু মই দিয়া লিংক টোত গৈ এপ টোত একাউণ্ট খুলি ট্ৰেড নললেও মাৰ্কেট খন আমি চাই থাকক . 100 টকা এটা ভৰাই একদম সস্তীয়া ট্ৰেড এটা লৈ চাব পাৰে । প্ৰফিট ৰ বাবে নহয় । experience ৰ বাবে । যে কেনেকৈ কিনিলে । কেনেকৈ বিকিলে । তেতিয়াহে পাৰিব । 🔰 যদি Steps নলয় কেনেকৈ হব । ✌️✌️We Are not SEBI registered ADVISORY TEAM and not provide any call tips . Not advice any buy slae tips or advice. We just share our discussion with Team. All trade analysis are for education purpose and for paper trade. Thank you

✅ যি সকলে নতুন কৈ গ্ৰুপত জইন কৰিছে MOST WELCOME আমি এইটো গ্ৰুপত ভাৰতীয় শ্বেয়াৰ বজাৰত ট্রেডিং ৰ বিষয়ে আলোচনা কৰো ✅ ট্রেডিং ৰ বিষয়ে সদায় শিকোৱা হয় ✅ আমি প্ৰতিদিনে ইয়াতে ভাল ট্ৰেড বোৰ প্ৰকটিচ কৰো , আমি নিজৰ বাবে চোৱা বা লোৱা ট্ৰেড বোৰ ইয়াতে শ্বেয়াৰ কৰো, EDUCATIONAL PURPOSES ত ✅ তাকে চাই আপুনি প্ৰকটিচ কৰিব পাৰে ✅ প্ৰতিদিনে মাৰ্কেট খনৰ চাই বা Analysis কৰি বুজিবৰ চেষ্টা কৰা হয় ✅ ট্রেডিং কৰিবৰ বাবে এটা ভাল Broker ত একাউণ্ট থকাটো জৰুৰী 👉 এইটোত ট্রেডিং একাউণ্ট খুলি লব - https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302 ✅ কেনেকৈ খুলিব লাগে বুজি নাপালে এইটো video চাই লব - https://youtu.be/pU-_w5b1efg?si=cigY0oksxDPxoWEc ✅ ট্রেডিং একেদিনাই বুজা বা শিকা বস্তু নহয়। ইয়াতে বহুত কথা শিকিব লগা থাকে যিবোৰ আমি VIDEO , VOICE , screen shot এই দি বুজাই যাওঁ । 📣 একদম নতুন সকলে অলপ দিন নুবুজা নিচিনা লাগিব । কিন্তু অলপ দিন চালে বুজি পাব লাহে লাহে ✅ হয় সকলে আমাৰ BASIC TO ADVANCE ক্লাছ লম ভাবে , তেওঁলোকে আমাৰ live ক্লাছ লব পাৰিব, মাজে মাজে এডমিছন হৈ থাকে । update ইয়াতে পাব ।

AMAR NEW CLASS R BABE ADMISSION LUA HOISE .. 1. MARKET BASICS 2. Trade identify 3. RISK MANAGEMENT 4. Entey , stopeloss , TARGET IDENTIFY 5. PROFITABLE TRADER TIPS 6. CHART READING 7. MARKET PSYCHOLOGY 8. PRICE ACTION 9. TRADE WITH SIMPLE LOGIC 10. MINDSET Total class 16. + 10 DAYS LIVE MARKET ✅ rati 9 tar pora 10 taloike hbo Admission fees 3k only /- SEND YOUR NAME AND PHONE NUMBER @pritom93

NIFTY SUPPORT AND RESISTANCE LEVELS
NIFTY SUPPORT AND RESISTANCE LEVELS

SENSEX 5 minutes 📈 CHART
SENSEX 5 minutes 📈 CHART

সৰু পৰিয়াল সুখী পৰিয়াল। গতিকে ট্ৰেড এটা বা দুটাই কৰক । বেছি নহয়। 🤑 সুখী থাকিব । মই দিনটোৰ বাবে আজৰি । ✅ আপোনালোকে গোটেই মাহটো দেখি আছে যে মই এটা ই কৰোঁ । তাতকৈ বেছি নহয়। দিনটো free থাকক । গোটেই দিনটো ট্ৰেড চাই থাকিলে psychology disturbing hoi

নমস্কাৰ 🙏🙏 ✅মই যেতিয়াই কোনো এটা ট্ৰেড প্লেছ কৰোঁ, তেতিয়াই সেইটো আপোনালোকক আপডেট কৰি দিওঁ। এইটো কোনো ধৰণৰ বায় বা চেল টিপছ বা এডভাইচ নহয়। ✅মই মোৰ লেভেলসমূহ এইকাৰণে শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও বুজি পাব পাৰে—মই ক’ত বায় কৰিছোঁ, ক’ত চেল কৰিছোঁ, আৰু মোৰ ট্ৰেড কৰাৰ পাৰপাছ কি। এই স্ক্ৰিনশ্বটসমূহ মই এইকাৰণে দিওঁ যাতে আপোনালোকেও প্ৰেক্টিছ কৰিব পাৰে। ✅আপোনালোকেও চাব পাৰে—কোন লেভেলত বায়িং হয়, কোন লেভেলত চেলিং হয়, কোন লেভেলত টাৰ্গেট থাকে, আৰু কোন লেভেলত আমি ষ্টপ লছ লগাওঁ। লগতে মই কিমান কোৱান্টিটি লৈছোঁ, কিমান প্ৰফিট বুক কৰিছোঁ, মোৰ টাৰ্গেট কি আছিল আৰু মই কেনেকৈ ৱেট কৰিলোঁ—এই সকলোবোৰ আপোনালোকেও কেলকুলেট কৰিব পাৰে। ✅সেইকাৰণেই মই এই সকলো তথ্য আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। যদি আপোনালোকেও এইধৰণে শিকি ভাল পাইছে, তেন্তে আমাৰ চেনেলত লগত থাকিব। ✅ লগতে যদি আপোনালোকে ভাবিছে যে বেচিকৰ পৰা এডভান্সডলৈ খুব ভালদৰে ক্লাছৰ জৰিয়তে শিকিব বিচাৰে, তেন্তে আপুনি আমাৰ ক্লাছত জইন কৰিব পাৰে, ✅ যিটো ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব। ইয়াৰ বাবে মোক ডিএম কৰক—আপোনাৰ নাম আৰু মোবাইল নম্বৰ। @pritom93

NOW SEND ME SCREEN SHOT @pritom93

329 TO 434 105 POINTS DONE IN SENSEX .. Quantity kom ke loisilu . Karon olp riks asile . Andinor nisina 325 quantity lua hole ekdm rocket

Dintur hajira ✅🚀👆🏆🤘🤘🙏
Dintur hajira ✅🚀👆🏆🤘🤘🙏

Done 👍

433

530

425

420