E-Learn ( STOCK MARKET KNOWLEDGE )
الذهاب إلى القناة على Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
إظهار المزيد6 762
المشتركون
-1024 ساعات
-317 أيام
-14630 أيام
أرشيف المشاركات
হেল' ট্ৰেডাৰ্ছ 👋
এইটো গ্ৰুপত আমি ট্ৰেডিঙৰ বিষয়ে আলোচনা কৰোঁ — বিশেষকৈ অপশ্যন ট্ৰেডিঙত গুৰুত্ব দিওঁ।
📊 আমি কি কি কৰোঁ: •
ট্ৰেডিং কেনেকৈ কৰিব লাগে সেইটো সহজভাৱে বুজাওঁ
• ডেইলী মাৰ্কেট আপডেট আলোচনা কৰোঁ
• আমি লোৱা ট্ৰেডবোৰ লজিকসহ শেয়াৰ কৰোঁ
⚠️ গুৰুত্বপূৰ্ণ কথা: এইবোৰ কোনো “Call/Tip” বা “Advice” নহয়।
ই কেৱল Educational Purposeৰ বাবে।
আপুনি নিজে প্ৰেক্টিছ কৰিব পাৰে বা Paper Trading কৰিব পাৰে — সম্পূৰ্ণ আপোনাৰ নিজৰ Choice।
💡 আমাৰ লক্ষ্য কি নহয়: •
পইচা ঘটি দিয়া ❌
• Recovery কৰাই দিয়া ❌
• সহজে ধনী কৰাৰ সপোন দেখুওৱা ❌
🎓 ক্লাছ সম্বন্ধে: প্ৰতি মাহে বা ডেৰ মাহত এবাৰ Paid Class থাকে
য'ত শিকোৱা হয় — • Candlestick Pattern
• Chart Pattern
• Technical Analysis (সহজভাৱে)
📈 Result: যিসকলে নিয়ম মানি, disciplineৰে চলিছে — তেওঁলোকে লাভো কৰিছে।
প্ৰথম মাহতেই profit close কৰা exampleও আছে।
🧠 Trading = Psychology
টকা জড়িত থকাৰ বাবে mental control বহুত গুৰুত্বপূৰ্ণ।
🔥 মনত ৰাখিবলগীয়া 3টা পইণ্ট:
1️⃣ Discipline থাকিবই লাগিব
2️⃣ Risk Management বুজি ল’ব লাগিব
3️⃣ একেটা Logicত consistent হৈ Trade কৰিব লাগিব
📩 Replyৰ বিষয়ে: যিসকলে এতিয়ালৈ reply পোৱা নাই — বেয়া নাপাব 🙏
সময়ৰ অভাৱৰ বাবে সকলোৰে reply দিব পৰা নাই।
আজি গধূলিত সকলো message reply কৰিবলৈ চেষ্টা কৰিম।
👉 যদিহে কিবা সুধিবলৈ আছে:
@pritom93 IDত মেছেজ কৰিব পাৰে।
ধন্যবাদ ❤️
✅ TRADING START KORAR PORA EITU PROTHOM MAH.. JI TUT CLOSING GREEM T HOISE
🏖️ CONGRATULATIONS BROTHER 🧿🧿
KEEP LEARNING ✅✅✅
🙏 যি সকলৰ মেছেজ ৰ reply দিয়া হোৱা নাই । বেয়া নাপাব
কাইলৈ সকলোকে দিয়া হব
✅ মাজে মাজে চালে দুই এটা দিওঁ । কিন্তু কিছুমান মেছেজ তলত গুচি যায় ।
Bea napabo dei.
✅ amar logot trade koribor babe
🏆For crypto trading -
Account opening link - https://invite.coindcx.com/31935109
🎬 Full video link - https://youtu.be/cbjDsYkOfQw
20% TRADING FEES OFF PABO . Khula nai jdi khuli lobo
Repost from E-Learn ( STOCK MARKET KNOWLEDGE )
Get Unlimited Orders at Zero Brokerage for just ₹199 per month 💰
Infinity Plan ₹1,499 → ₹199
Save ₹1,300 (87% Off)
Save ₹7,000–₹8,000 in brokerage every month.
Switch to Infinity Plan by Lemonn.
Only 100 slots available ⏳
Activate now : https://lmnn.in/hxqg24
What you get:
* Unlimited orders ♾️
* Zero per-order brokerage 💸
* Scalper Mode ⚡
* Premium indicators 📊
* Advanced screeners 🔎
* Research calls with 88% historical accuracy track record 📈
Morning 1ta
And pasbela 1 ta best trade lua hoise.
And tar pasotu jodi luv hamoribo nuwaru tetiai bealoi gusi jai .
So close kori market suai nai .
Message te gom paisu moja move dise buli 🧿🧿
متاح الآن! بحث تيليغرام 2025 — أهم رؤى العام 
