ar
Feedback
E-Learn ( STOCK MARKET KNOWLEDGE )

E-Learn ( STOCK MARKET KNOWLEDGE )

الذهاب إلى القناة على Telegram

Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.

إظهار المزيد
6 731
المشتركون
-1024 ساعات
-407 أيام
-15930 أيام
أرشيف المشاركات
🔵✦━━━ নমস্কাৰ সকলোলৈকে 🙏 ━━━✦🔵 🟢➤ আমি এটা গোটত Option Trading ৰ লেভেলবিলাক share কৰোঁ আৰু লগতে শিকাবলৈও চেষ্টা কৰোঁ। কোনটো লেভেল Buying ৰ বাবে, কোনটো Selling ৰ বাবে বা ক’ত আমি trade লৈছোঁ – গোটেইখিনি বস্তু অকল educational purpose ৰ বাবেহে share কৰা হয়। 🔴✧༺ এইবোৰ কোনো ধৰণৰ tips বা buy/sell advice নহয় ༻✧🔴 যদি আপোনালোকে এই লেভেল চাই practice কৰে বা নিজৰ মতে investment কৰে, তেন্তে সেইটো সম্পূৰ্ণ আপোনাৰ নিজৰ সিদ্ধান্ত হ’ব। আমি অকল শিকিবৰ বাবে এই লেভেলবিলাক দিওঁ। 🔵➥ আজি Market Update 📊 আজি Sensex ৰ expiry আছে। Market volatile হ’ব পাৰে আৰু premium ত ডাঙৰ move অহাৰ chances আছে। গতিকে অলপ careful হৈ trade কৰিব। যদি কিবা ভাল লেভেল দেখা পাওঁ, নিশ্চয়েই share কৰিম। 🟢✦༻ New Members ৰ বাবে ༺✦🟢 যিসকল নতুন, তেওঁলোকে একেদিনাই সকলো বুজি নাপাব। দুই-তিনিদিনমান observe আৰু practice কৰিলে ধিৰে ধিৰে সকলো clear হৈ যাব। 🔴➤ Demat Account Information 💼 আমি Demat Account ৰ link আগতে দিছোঁ। এই দুটা Demat Account ত যদি account খুলি trading কৰে, তেন্তে কিছুমান selected person ক মাহত তিনি-চাৰি বাৰ আমাৰ Live session ত লগত বহাৰ সুযোগ দিয়া হ’ব। যদি daily basis ত practice কৰা দেখা যায় আৰু verified হয়, তেন্তে নিশ্চয় invite কৰা হ’ব। 🔵✧༺ Important Process ༻✧🔵 Upstox বা Dhan ত account খোলাটো বাধ্যতামূলক, যিকেইটা link আমাৰ ফালৰ পৰা provide কৰা হ’ব। 🟢➥ Live Join কেনেকৈ কৰিব? 🎯 বহুতে সুধিছিল Live ত কেনেকৈ join কৰিব পাৰি। প্ৰথমে account খুলি trade কৰিব লাগিব। যদি consistent আৰু verified দেখা যায়, তেন্তে নিশ্চয় Live session ত invite কৰা হ’ব। 🔴✦━━━ ধন্যবাদ সকলোকে ❤️ ━━━✦🔴 Stay disciplined, stay focused 📈

photo content

Have a great day

GOOD MORNING TRADERS

NO MOMENTUM
NO MOMENTUM

AMI LIVE T ETA TRADE PALU .. apunalukk share kora nhl .. aru eku bona nai . Jodi bne analysis sgare korim okk

SIDEWAYS NOWW

ATTENTION : JI HOKOLE LIVE R LINK 🔗 PAISE JOIN FAST

HAVE A GREAT DAY ⛳️⛳️🍀

GOOD MORNING TRADERS

FOR CRYPTO TRADING 👆👆

🔵 ক্ৰিপ্টো ট্রেডিঙৰ কাৰণে বেষ্ট প্লেটফৰ্ম হৈ গ'ল CoinDCX লিংক মই দি দিছোঁ। যদি আপোনালোকে এতিয়াও CoinDCXত লিংক open কৰা নাই বা account open কৰা নাই, কৰি ল’ব। বহুতক দেখা পাইছোঁ তেওঁলোকে KYC pending ৰাখিছে — bank account add কৰাৰ পিছত এৰি দিছে। আপোনালোকে kindly পাঁচ মিনিট লাগিব, KYCটো approve কৰি ল’ব। 🟢 Bank account add কৰাৰ পিছত minimum hundred to two hundred rupees এটা deposit কৰি চাব আৰু এটা trade আপোনালোকে place কৰি চাব। ইয়াতে trade কৰিবৰ বাবে একেবাৰে সহজ হয়। মই video link দি দিছোঁ — যাৰ যাৰ confusion আছে এই video কেইটা এবাৰ চাই ল’ব, details বুজি পাই থাকিব। লগতে আপোনালোকে যদি ইচ্ছা কৰে ইয়াতে crypto investmentটো কৰাৰ সুবিধা পাই যাব। 🟣 Any কিবা doubt থাকে তেনেহ’লে মোক message কৰিব — ID হৈ গ’ল @pritom93 ইয়াৰ সুবিধা মোৰ হৈ গ’ল INRত আপোনালোকে cryptoত trade কৰাৰ সুবিধা পাই যাব। লগতে বহুতে কৈ আছিলে Gold & Silver trade কৰাৰ কথা — so Gold & Silverটো আপুনি crypto কৰিব পাৰিব মানে XAUUSD  আপোনালোকে trade কৰিব পাৰে। 🟡 যদি আগত আপুনি কেতিয়াবা account খুলিছিলে আৰু Aadhar process ৰৈ গ’ল তেনেহ’লে new mobile number & mail id দি পেলাই account open কৰি ল’ব পাৰিব। এজন ব্যক্তিয়ে KYC complete কৰাৰ পিছত তেওঁৰ নামত এটা accountহে দেখুৱায় গতিকে carefully কৰিব। আৰু যদি আপোনাৰ already account খুলি থোৱা আছে তেনেহ’লে ঘৰৰ কাৰোবাৰ নামতো খুলি আপুনি ইয়াতো trade কৰিব পাৰে। 🔶 ইয়াৰ পৰা যদি আপুনি account open কৰে তেনেহ’লে twenty percent trading feeত discount পাব। মই আগতেও use কৰিছোঁ আৰু আপোনালোককো কৈছিলোঁ — ভালেই পাইছিলোঁ use কৰিবৰ কাৰণে। 🔷 Broker compare কৰিলে Delta Exchangeত brokerage fee যায় BTCত approx 118 point — মানে price 118 point move নকৰালৈকে profit দেখা নাপাওঁ, সকলো brokerageতেই গুচি যায়। কিন্তু CoinDCXত একেই trade কৰিলে মাত্ৰ 85 point মানলৈকে brokerage যায় — বাকীখিনি লগে লগে profitত আহে। 🟤 Limit order লগালে প্রায় 50 point মানলৈকেহে brokerage যায় — বাকীকেইখিনি direct profit। গতিকে brokerageৰ ফালৰ পৰাও যথেষ্ট সুবিধা ইয়াতে পাব পাৰি। 🟥 লিংক দি দিছোঁ — যোনে যোনে account open কৰানে kindly accountটো open কৰি এটা trade কৰি চাব। Video link - https://youtu.be/cbjDsYkOfQw COINDCX LINK - https://invite.coindcx.com/31935109 🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀🍀

🔷 ডিচিপ্লিন আৰু Risk Reward Ratio ৰ গুৰুত্ব বুজা অত্যন্ত জৰুৰী। আমি এই কেইদিন যিমানবোৰ Trade লৈছোঁ, আপুনি দেখিছেই — খুব কম Trade লৈছোঁ। দিনটোত বেছিকৈ হলে এটা, কেতিয়াবা দুটা। তাৰ বেছি নহয়। 📌 যিসকল পুৰণা Trader, তেওঁলোকে এই কথা ভালকৈ জানে। 📌 যিসকল নতুন, তেওঁলোকে এইটো ভালকৈ মনত ৰাখিব লাগিব — দিনটোত ঢেৰ Trade কৰিলে কেতিয়াও Success পোৱা নাযায়। Over Trading এটা বহুত বেয়া অভ্যাস। ━━━━━━━━━━━━━━━ ⏰ Trading ৰ বাবে এটা Particular Time নিৰ্ধাৰণ কৰি লোৱাটোও বহুত জৰুৰী। যেতিয়া মন যায় তেতিয়া Trade ল'লে Emotion বেছি কাম কৰে, Logic নহয়। ━━━━━━━━━━━━━━━ যদি আপুনি এইবোৰ নিয়ম মানি চলিব পাৰে — ✔️ Discipline ✔️ Proper Risk Reward Ratio ✔️ Limited Trade ✔️ Fixed Time তেনেহ’লে আপুনি নিজৰ Journey ধুনীয়াকৈ আগবঢ়াই নিব পাৰিব। মনত ৰাখিব — আজিৰে আপুনি কেইটকা Profit কৰিলে সেইটো ডাঙৰ কথা নহয় ❌ 👉 Long Term ত আপুনি Consistently Profitable থকাটোই হৈছে Main লক্ষ্য।

photo content

SEND ME SCREEN SHOT @pritom93

photo content

195 🙏🙏🚀🚀🔥

190

180