E-Learn ( STOCK MARKET KNOWLEDGE )
الذهاب إلى القناة على Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
إظهار المزيد6 713
المشتركون
-624 ساعات
-467 أيام
-16130 أيام
أرشيف المشاركات
TRADE LOGIC + FULL SETUP
WATCH NOW - https://www.instagram.com/reel/DUAKFlTElMw/?igsh=NGh3ZzJ3bDRpcWYw
সফল Trader হ’বলৈ Trading Psychology ৰ ৫টা সোণালী নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰক
Trading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।
অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।
প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওক
Loss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।
ভয়ত Trade ল’লে Strategy নষ্ট হয়।
Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবিব
আগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।
Market প্ৰতিদিনে একেই নহয়।
প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱ
Entry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।
Rule ভাঙিলে Market এ শাস্তি দিয়ে।
Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওক
Loss মানেই ব্যৰ্থতা নহয়।
প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।
ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।
✨ শেষ কথা:
Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।
যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
