E-Learn ( STOCK MARKET KNOWLEDGE )
الذهاب إلى القناة على Telegram
Channel invitation link - https://t.me/+-Juxbsq9ltA3Yjc1 Share it with friends 👆 We Are not SEBI registered. not provide any call tips Not advice any buy sale tips.just share our things . All analysis are for education purpose and For Paper trading.
إظهار المزيد6 777
المشتركون
-624 ساعات
-387 أيام
-14130 أيام
أرشيف المشاركات
Wait for own setup okk. Just watch .
Market e keneke move korise, kot resistance loise, kot support loise, premium bure ki move dise .
Olp mn kori thakok.
Ekdm hhj place t pai jam trade
Watch and learn .. valkoi bujok
📲 https://www.instagram.com/reel/DXovAZGEvly/?igsh=MTg1bXR5OGhoYmtwZw==
Link 1 = https://free-demat.bajajfinservsecurities.in/?utm_source=Freedom_Plus&referal_code=P26302
Link 2- https://join.dhan.co/?invite=UHSBC22792
How to open trading account - https://youtu.be/guXQ2dNG3l4?si=Vf8bRk7C6bZmpS7K
Trading কৰিবৰ বাবে ভাল ট্রেডিংacount lage
Ei duatr pora account open koribo pare . Best borttoman
1. Quick order place
2. Hang namare
3. Slippage নহয় ইয়াতে ।
Specifically bajaj broking.
4. Free account opening .
230++ 🧿🧿
Due to net slow.. book kom ke hol
.. by d way.
Scalping hodai perfect entey lage.
Baki morning tea done ✅
Ekdm horu scalping Planning with small quantity
24100 put nifty near 101
সফল Trader হ’বলৈ Trading Psychologyণালী নিয়ম
1️⃣ লোভক নিয়ন্ত্ৰণ কৰকTrading ত লোভেই আটাইতকৈ ডাঙৰ শত্ৰু।অধিক লাভৰ আশাত নিয়ম ভাঙিলে লাভ নহয়, ক্ষতিয়েই হয়।প্ৰতিটো Trade ত নিজৰ Target লৈ সন্তুষ্ট থাকক।
2️⃣ ভয়ত সিদ্ধান্ত নলওকLoss হ’লে ভয় পাই তৎক্ষণাৎ ভুল সিদ্ধান্ত লোৱা উচিত নহয়।ভয়ত Trade ল’লে Strategy নষ্ট হয়।Market ত ধৈৰ্য্য থাকিলেই সফলতা আহে।loss হবই । সেইটো ভাবি থাকিলে নহব। কিন্তু loss টো সদায় সৰু হব লাগে ।
3️⃣ প্ৰতিটো Trade একেই বুলি নাভাবি বআগৰ Trade ত লাভ হ’লেই এইটোত নিশ্চয় হ’ব বুলি নাভাবিব।Market প্ৰতিদিনে একেই নহয়।প্ৰতিটো Trade নতুন মনোভাৱেৰে চাওক। হয়তো কালি প্ৰফিত হল, কিন্তু আজি loss হবও পাৰে । মাথোঁ মানত ৰাখিব যে risk reward মানিব লাগিব । loss টোতকৈ প্ৰফিত বোৰ অলপ ডাঙৰ হব লাগে ।
4️⃣ Discipline অবিহনে Trading অসম্ভৱEntry, Stop Loss, Target — এই তিনিটা নিয়ম মানি চলক।Rule ভাঙিলে Market এ শাস্তি দিয়ে।Discipline থাকিলেই Trader বাচি থাকে।যদি ট্ৰেড টোত ভাল entry লবলৈ পইণ্ট নাইপোৱা নলব, আৰু যদি আপুনি target লৈছে , তালৈকে অপেক্ষা কৰক । stope loss ৰ জেগা পালে ট্ৰেড তোৰ পৰা ওলাই যাওক । বহুতে ওলাই নগৈ আশাত বন্দী হৈ ৰয়।
5️⃣ Loss ক শিক্ষা হিচাপে লওকLoss মানেই ব্যৰ্থতা নহয়।প্ৰতিটো Loss এ আপোনাক এটা নতুন শিক্ষা দিয়ে।ভুল বুজি শুধাৰিলে আপুনি আগুৱাই যাবই।✨ শেষ কথা:Market ত টকা নহয়, মনটোকেই প্ৰথম নিয়ন্ত্ৰণ কৰিব লাগে।যিজনে নিজৰ মন জিকিব পাৰে, সিজনেই সফল Trader হয়।
متاح الآن! بحث تيليغرام 2025 — أهم رؤى العام 
